লাদেশৰ সাংসদ প্রার্থী তথা ইনকিলাব মঞ্চৰ মুখপাত্র শৰীফ ওছমান হাদিক গুলীয়াই হত্যা কৰা দুই হত্যাকাৰী অভিযুক্ত অসমৰ গুৱাহাটীত আত্মগোপন কৰি থকাৰ তথ্য পোহৰলৈ আহিছে।

ফেচবুকসহ বিভিন্ন সামাজিক মাধ্যমত প্ৰচাৰ হোৱা তথ্য মতে ঢাকাৰ সাংসদগৰাকীক হত্যা কৰা দুই হত্যাকাৰী ক্রমে ফয়ছাল কৰিম মাছুদ আৰু মঃ আলমগীৰ শ্বেখ অসমৰ গুৱাহাটীত আত্মগোপন কৰি আছে।

আজি ঢাকাত নিযুক্ত ভাৰতীয় উচ্চাযুক্ত প্রণয় বার্মাক বাংলাদেশৰ বিদেশ মন্ত্ৰ্যালয়ে তলব কৰাৰ লগতে সাংসদগৰাকীৰ হত্যাকাৰী দুই অভিযুক্তক গ্ৰেপ্তাৰ কৰি বাংলাদেশলৈ ঘূৰাই পঠাবলৈ আহ্বান জনাইছে।

Leave a Reply

Your email address will not be published. Required fields are marked *