ৰাজ্যত অব্যাহত আছে প্ৰশাসনৰ উচ্ছেদ অভিযান। অবৈধ বেদখলকাৰীক খেদিবলৈ এফালৰ পৰা চলাই গৈছে বুলড’জাৰ।বনবিভাগ আৰু প্ৰশাসনে গোৱালপাৰা পাইকান সংৰক্ষিত বনাঞ্চলৰ ভুমি বেদখলমুক্ত কৰিছিল৷ উক্ত বেদখলমুক্ত অঞ্চলত বন বিভাগে আৰম্ভ কৰিছে গছপুলি ৰোপণ। ১৩৮ হেক্টৰ ভূমিত ৩ লাখ গছপুলি ৰোপনৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে ৷এই গছপুলি ৰোপণৰ জৰিয়তে অঞ্চলটোত হাতী মানুহৰ সংঘাত ৰোধ কৰাৰ লগতে অঞ্চলটো সেউজীয়া কৰি প্ৰদুষণমুক্ত অঞ্চল হিচাবে গঢ়ি তুলিব বন বিভাগে। Share this:FacebookX Related Post navigation এনইডিএফআই-ৰ সহযোগত গুৱাহাটীত এমএছএমই আৰু শিল্পীসকলক ই-কমাৰ্চৰ জৰিয়তে গুৱাহাটীত এক কৰ্মশালাৰ আয়োজন কৰে আমেৰিকাই ভাৰতৰ ওপৰত অতিৰিক্তভাৱে আৰোপ কৰা ২৫% শুল্ক কাৰ্যকৰী হ’ব