জুবিন গাৰ্গৰ বিহীন প্ৰথমটো জন্মদিন। ৰাজ্যৰ বিভিন্ন প্ৰান্তত প্ৰাণৰ শিল্পী গৰাকীৰ জন্মদিন উদযাপন কৰাৰ লগতে শ্ৰদ্ধাজ্বলি জনোৱা হৈছে। কাহিলিপাৰাৰ বাসগৃহতো জুবিন গাৰ্গ বিহীন প্ৰথমটো জন্মদিনত দেৱালত অংকন কৰা হৈছে। য’ত অংকণ কৰা হৈছে জুবিন গাৰ্গৰ প্ৰতিটো ভালপোৱা সামগ্ৰী। জন্মদিন উপলক্ষে সজাই তোলা হৈছে কাহিলিপাৰাৰ বাসগৃহৰ চৌপাশ। নিশাৰে পৰা কাহিলীপাৰা বাসগৃহত আৰু সোণাপুৰৰ জুবিন ক্ষেত্ৰত হাজাৰ হাজাৰ অনুৰাগীয়ে ভিৰ কৰিছে। Share this:FacebookX Related Post navigation বাংগালুৰুত অনুষ্ঠিত ৰাষ্ট্ৰীয় পিকলবল চেম্পিয়নশ্বিপত অসমৰ বৃহৎ সাফল্যঃ মহিলা খেলুৱৈৰ ঐতিহাসিক স্বৰ্ণ পদক জয় ৰাজ্যজুৰি জুবিন গাৰ্গৰ ৫৩ সংখ্যক জন্ম দিনত প্ৰাণৰ শিল্পীক স্মৰণ