দিছপুৰ থানাত মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে এজাহাৰ দাখিল কংগ্ৰেছৰ। বিধায়িকা শিৱামণি বৰা ,দিগন্ত বৰ্মন, মিডিয়া আহ্বায়ক বেদব্ৰতা বৰাৰ এজাহাৰ দাখিল। ৰাজ্যিক বিজেপিৰ  ‘এক্স’হেণ্ডলত মুখ্যমন্ত্ৰীয়ে সংখ্যালঘু লোকলৈ লক্ষ্য কৰি গুলীচালনা কৰাৰ এ আই ভিডিঅ পোষ্ট কৰিছিল তাৰ বিৰুদ্ধে দিছপুৰ থানাত এজাহাৰ দাখিল কৰে প্ৰদেশ কংগ্ৰেছে।

By Mohini

Leave a Reply

Your email address will not be published. Required fields are marked *