অতি শীঘ্ৰেই ৰাইজৰ সেৱাত মুকলি হ’ব নৱ নিৰ্মিত গুৱাহাটী পৌৰ সেৱা ভৱনৰ কাৰ্যালয়। আজি কাৰ্যালয়টো পৰিদৰ্শন কৰে মেয়ৰ মৃগেন শৰণীয়াই। বেতকুছিস্হিত নৱ নিৰ্মিত  কাৰ্যালয়টো পৰিদৰ্শন কৰি মেয়ৰ মৃগেন শৰণীয়াই সামাজিক মাধ্যমত ফটো শ্বেয়াৰ কৰিছে। এই পৰিদৰ্শনৰ সময়ত মেয়ৰ মৃগেন শৰণীয়াৰ সৈতে গুৱাহাটী পৌৰ নিগমৰ আয়ুক্ত চিন্ময় প্ৰকাশ ফুকন, অতিৰিক্ত আয়ুক্ত ধ্ৰুৱজ্যোতি হাজৰিকা, অবিনাশ পালকে ধৰি আন আন সংশ্লিষ্ট বিষয়-ববীয়া সকল উপস্থিত থাকে।

By Mohini

Leave a Reply

Your email address will not be published. Required fields are marked *