মহিলা দৃষ্টিহীন টি ২০ বিশ্বকাপ ২০২৫ বিজয়ী ভাৰতীয় দলৰ সদস্যা সিমু দাসক সাক্ষাতত কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। অসমক গৌৰৱান্বিত কৰি তোলা সিমুলৈ আন্তৰিক শুভকামনা জ্ঞাপন কৰে মুখ্যমন্ত্ৰীয়ে। এই উপলক্ষে মুখ্যমন্ত্ৰীয়ে তেওঁৰ ক্ৰীড়া যাত্ৰাৰ বাবে ১০ লাখ টকাৰ চেক প্ৰদান কৰে। Share this:FacebookX Related Post navigation তেজপুৰ বিশ্ববিদ্যালয়ত এগৰাকী সম-উপাচার্য নিয়োগৰ আহ্বান মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাৰ অসম চৰকাৰৰ সাহিত্য বঁটা আৰু সাহিত্যিক পেন্সন ঘোষণা