T20 বিশ্বকাপৰ Super 8ত প্ৰৱেশ ইংলেণ্ডৰ। ৪ খন মেচত ৫ পইণ্ট সংগ্ৰহেৰে Super 8ৰ যোগ্যতা অৰ্জন। স্কটলেণ্ডৰ বিৰুদ্ধে অষ্ট্ৰেলিয়াৰ জয়ৰ পিছতে নিশ্চিত হ’ল ইংলেণ্ডৰ স্থান। ৪ খন মেচৰ পৰা ইংলেণ্ড-স্কটলেণ্ডে লাভ কৰিছিল ৫ পইণ্টকৈ। নেট ৰান ৰেট অধিক হোৱা বাবে Super 8ত প্ৰৱেশ ইংলেণ্ডৰ। Share this:FacebookX Related Post navigation মানুহে কংগ্ৰেছক নহয়, গৌৰৱকহে ভোট দিছে ফ্লিপকাৰ্টে ইয়াৰ উচ্চ প্ৰত্যাশিত গ্লেম আপ ফেষ্ট ২০২৪ৰ দ্বিতীয় সংস্কৰণ ঘোষণা কৰিছে