অসম আৰক্ষীয়ে ড্ৰাগছ বিৰোধী অভিযান অব্যাহত ৰখাৰ মাজতে এক বৃহৎ সফলতা লাভ কৰিছে। এক বিশেষ অভিযান চলাই শ্ৰীভূমি আৰক্ষীয়ে জব্দ কৰে প্ৰায় ৬ কোটি টকাৰ নিচাযুক্ত সামগ্ৰী।ইয়াৰ লগতে দুজন ড্ৰাগছ ব্যৱসায়ীক আটক কৰিছে আৰক্ষীয়ে।
খবৰ অনুসৰি, এই গোচৰত ইতিমধ্যে প্ৰয়োজনীয় আইনী পদ্ধতি আৰম্ভ কৰা হৈছে। ইয়াৰ পূৰ্বেও মালিগাঁৱত মঙলবাৰে চলোৱা এক অভিযানত আৰক্ষীয়ে ২০ লাখ টকাৰ ড্ৰাগছ জব্দ কৰে আৰক্ষীয়ে।

Leave a Reply

Your email address will not be published. Required fields are marked *