শ্ৰীলংকাত ঘূৰ্ণীবতাহ দিত্বাহৰ প্ৰলয়ংকৰী প্ৰভাৱ । ঘূৰ্ণীবতাহৰ ফলত সৃষ্টি হোৱা বান আৰু ভূমিস্খলনৰ ফলত দ্বীপ ৰাষ্ট্ৰখনত মৃত্যু হোৱা লোকৰ সংখ্যা ৫৬ জনলৈ বৃদ্ধি পাইছে । আনহাতে ২১ জন লোক নিৰুদ্দেশ হৈ আছে । শুকুৰবাৰে দেশখনত জৰুৰীকালীন সেৱাৰ লগত জড়িত বিভাগসমূহৰ বাদে বাকীবোৰ বন্ধ ঘোষণা কৰা হৈছে ।প্ৰতিকূল বতৰৰ পৰিস্থিতিত বিগত ৭২ ঘণ্টাৰ ভিতৰত দেশখনত কমেও ৪৬ জন লোকৰ মৃত্যু হৈছে ।দুৰ্যোগ ব্যৱস্থাপনা বিষয়াসকলে জনোৱা মতে, প্ৰতিকূল বতৰৰ ফলত ১২,৩১৩টা পৰিয়ালৰ ৪৩,৯৯১ জন লোক ক্ষতিগ্ৰস্ত হৈছে । Share this:FacebookX Related Post navigation ব্যতিক্ৰম ৪.০-এ বিশ্ব সাহিত্য আৰু সাংস্কৃতিক বিনিয়োগৰ উদীয়মান কেন্দ্ৰ হিচাপে উন্নীত কৰিছে গুৱাহাটীক পাকিস্তানৰ হৈ চোৰাংচোৱাগিৰি কৰাৰ অভিযোগত গ্ৰেপ্তাৰ এজন