প্ৰতি বছৰে ২৮ ফেব্ৰুৱাৰীত ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস পালন কৰা হয়। আজিৰ দিনটোতে দেশৰ মহান বিজ্ঞানী চি ভি ৰমনে ৰমন ইফেক্ট আৱিষ্কাৰ কৰিছিল, যাৰ বাবে তেওঁক নোবেল বঁটা প্ৰদান কৰা হয়।স্বচ্ছ পদাৰ্থৰ মাজেৰে পাৰ হৈ যোৱাৰ সময়ত পোহৰৰ ৰশ্মিৰ পৰিৱৰ্তনৰ ওপৰত কৰা গুৰুত্বপূৰ্ণ আৱিষ্কাৰৰ বাবে ১৯৩০ চনত তেওঁ পদাৰ্থ বিজ্ঞানৰ নোবেল বঁটা লাভ কৰে। কেৱল ভাৰতৰ পৰাই নহয় এছিয়াৰ পৰাও তেওঁ এই বঁটা লাভ কৰা প্ৰথমজন বিজ্ঞানী।উল্লেখযোগ্য যে এই আৱিষ্কাৰৰ সন্মানত ১৯৮৬ চনৰ পৰা এই দিনটো ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস হিচাপে পালন কৰাৰ প্ৰৱণতা দেখা গৈছে। Share this:FacebookX Related Post navigation টাটা টি গোল্ড-পূব ভাৰতৰ বাবে তৈয়াৰ কৰা সমৃদ্ধ সোৱাদ আৰু অবিৰত সুগন্ধৰ এক বিলাসবহুল মিশ্ৰণ বাজাজ এলিয়াঞ্জ লাইফ বিমা-এএছবিএ সুবিধা আৰম্ভ কৰা ভাৰতৰ প্ৰথম বীমাকৰ্তা