দেশৰ অন্যতম বৃহৎ ইলেক্ট্রনিকছ ব্রেন্ড ছেমছাতে মুকলি কৰিলে গেলেম্বী এছ২৪ আল্ট্রাব নতুন টাইটেনিয়াম হালধীয়া ৰঙৰ বিকল্প। এই পর্যন্ত টাইটেনিয়াম গ্রে’, টাইটেনিয়াম ভায় ‘লেট আৰু টাইটেনিয়াম ব্লেক বন্ধত উপলব্ধ আছিল ফোনটো। এতিয়া নতুন বন্ধন সংযোজনত গ্রাহকে অধিক বিকল্প লাভ কৰিব পাৰিব। ‘মেড ইন ইন্ডিয়া’ গেলেক্সী এছ২৪ আল্ট্রা ফোনটো গেলেক্সী এ আইৰে পৰিচালিত, যত সংযুক্ত আছে লাইত ট্রেন্সলেট, ইন্টাৰপিটার, চাট এছিষ্ট, নোট এছিষ্ট আৰু ট্রেন্সক্রিপ্ট এছিষ্টিৰ দৰে অত্যাধুনিক বৈশিষ্ট্য। টাইটেনিয়াম য়েল্ল’ব গেলেক্সী এছ২৪ আল্ট্রা ফোনটো সকলো অগ্রণী অনলাইন আৰু অফলাইন খুচুনা বিপণীযোগে ক্রয় কৰিব পাৰিব। ফোনটোৰ প্ৰাৰম্ভিক মূল্য হৈছে ১,২৯,৯৯৯ টকা। Share this:FacebookX Related Post navigation গ্যালাক্সি এআই প্ৰৱৰ্তন কৰা হৈছে – পৰৱৰ্তী ফ্ৰণ্টিয়াৰ চেমচাঙে ভ্ৰমণ আৰু মনোৰঞ্জন সেৱাএকত্ৰিত কৰিবলৈ পেটিএমৰ সৈতে হাত মিলাইছে