আগন্তুক দুলীপ ট্ৰফি ক্ৰিকেটৰ বাবে অসম তাৰকা ৰিয়ান পৰাগ আৰু অল ৰাউণ্ডাৰ আকাশ সেনগুপ্তাই স্থান লাভ কৰিছে। ৰিয়ানে ভাৰতীয় ‘এ’ টীমত আৰু আকাশে স্থান লাভ কৰিছে ভাৰতীয় ‘ডি’ দলত। বলিং আৰু বেটিং উভয়তে দক্ষতা থকা অল ৰাউণ্ডাৰ আকাশে ইতিমধ্যে ৰঞ্জি ট্ৰফী,ছৈয়দ মুস্তাক আলী ট্ৰফি আদিত অসমৰ হৈ সুন্দৰ নিদৰ্শন আগবঢ়াই আহিছে। দুলীপ ট্ৰফি ক্ৰিকেটত দক্ষতা প্ৰতিপন্ন কৰাৰ ওপৰত তেওঁৰ ভৱিষ্যৎ নিৰ্ভৰ হ’ব বুলি ধাৰণা কৰা হৈছ। Share this:FacebookX Related Post navigation ডুৰাণ্ড কাপ ফুটবল কোৱাৰ্টাৰত প্ৰৱেশৰ আশা বড়োলেণ্ড এফ চিৰ উমেশ বৰুৱা স্মৃতি ফুটবল প্ৰতিযোগিতা