ৰূপহীহাটৰ ভকতগাঁৱৰ উচ্ছেদিতই মাটিত ভাগৰি ভাগৰি কান্দোনৰ ৰোল। ৩৫ বছৰৰ পৰা বসবাস কৰিছিল ভকতগাঁৱৰ চৰকাৰী ভূমিত। আজি প্ৰশাসনে ভাঙি দিলে বাসগৃহ যাৰ কাৰণে মাটিত ভাগৰি ভাগৰি কান্দোনত ভাগি পৰিল উচ্ছেদিত মহিলাই। আমাক মাৰি পেলাওক আমাৰ যাবলৈ জেগা নাই মোৰ মা দেউতা কোনো নাই। লোকৰ ঘৰত কাম কৰি ঘৰখন বনাইছিলোঁ আজি চৰকাৰে উচ্ছেদ কৰিলে যাৰ কাৰণে কান্দোনত ভাগি পৰিল। চৰকাৰক মাটি দিবলৈ কান্দি কান্দি আহ্বান জনালে উচ্ছেদিত মহিলাই। Share this:FacebookX Related Post navigation আজি মহখেদা উৎসৱ অৰ্থাৎ মহোহো গুৱাহাটীলৈ সংগীতানুষ্ঠানৰ বাবে আহিব পোষ্ট মেল’ন