সৰ্বত্ৰে চৰ্চিত ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ৷ দেশৰ লগতে বিভিন্ন ৰাষ্ট্ৰৰ প্ৰতিনিধিয়েও তেওঁক বহু সন্মান কৰে ৷ বৰ্তমান সময়ত মোদীৰ সুনাম বহু দূৰলৈকে চৰ্চিত হৈ আছে ৷শেহতীয়াকৈ দেখা গৈছে যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ফ’ল’ৱাৰ ১০০ বিলিয়ন অৰ্থাৎ ১০ কোটিৰ ঘৰ স্পৰ্শ কৰিছে ৷ বৃহস্পতিবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ইনষ্টাগ্ৰামত ১০ কোটি ফ’ল’ৱাৰৰ ঐতিহাসিক মাইলৰ খুঁটি অতিক্ৰম কৰি ছ’চিয়েল মিডিয়া প্লেটফৰ্মত এই কৃতিত্ব অৰ্জন কৰা প্ৰথমজন বিশ্ব নেতা আৰু ৰাজনীতিবিদ হিচাপে পৰিগণিত হৈছে । Share this:FacebookX Related Post navigation মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দিলে এটা ভাল খবৰ