পুৱাই বুঢ়া লুইতৰ বুকুত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ‘পৰীক্ষা পে চৰ্চা অনুষ্ঠান’৷ দেওবাৰে পুৱাই চৰাইদেউ জাহাজত নৌকা বিহাৰ কৰি ৰাজ্যৰ ২৫ শিক্ষাৰ্থীৰে মত-বিনিময় কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে । আভ্যন্তৰীণ জল পৰিবহণৰ এম ভি চৰাইদেউ ২ নামৰ জাহাজখনত ব্ৰহ্মপুত্ৰৰ বুকুত অনুষ্ঠিত হোৱা পৰীক্ষা পে চৰ্চা কাৰ্যসূচীত ৰাজ্যৰ ২৫ গৰাকী মেধাৱী শিক্ষার্থীয়ে অংশগ্ৰহণ কৰে ।

Leave a Reply

Your email address will not be published. Required fields are marked *