প্ৰতিৰক্ষা মন্ত্ৰালয়ে জাৰি কৰা এক বিবৃতিত উত্তৰ আৰু পশ্চিম ভাৰতৰ কেইবাটাও স্থানত চলোৱা সামৰিক আক্ৰমণত পাকিস্তান জড়িত থকা বুলি উত্থাপিত হৈছে অভিযোগ ৷পাকিস্তান আৰু পাকিস্তান অধিকৃত কাশ্মীৰত সন্ত্ৰাসবাদীৰ শিবিৰত আক্ৰমণ চলোৱাৰ পিছত বৃহস্পতিবাৰে লাহোৰস্থিত বায়ু প্ৰতিৰক্ষা ব্যৱস্থা নিষ্ক্ৰিয় কৰাৰ কথা ঘোষণা কৰে ভাৰতে । প্ৰতিৰক্ষা মন্ত্ৰালয়ে জাৰি কৰা এক বিবৃতিত উত্তৰ আৰু পশ্চিম ভাৰতৰ কেইবাটাও স্থানত চলোৱা সামৰিক আক্ৰমণত পাকিস্তান জড়িত থকা বুলি উত্থাপিত হৈছে অভিযোগ ৷আনহাতে, পাকিস্তানে জম্মু-কাশ্মীৰৰ কুপৱাৰা, বাৰামুল্লা, উৰি, পুঞ্চ, মেন্ধৰ আৰু ৰাজৌৰী খণ্ডৰ কেইবাটাও অঞ্চলত মৰ্টাৰ আৰু গধুৰ সামগ্ৰী ব্যৱহাৰ কৰি নিয়ন্ত্ৰণ ৰেখাৰ সিপাৰে অপ্ৰৰোচিতভাৱে কৰা গুলীচালনাৰ ঘটনা বৃদ্ধি পাইছে ৷ Share this:FacebookX Related Post navigation কেলিফৰ্নিয়া আলমণ্ড ইণ্ডিয়াত গতি লাভ কৰিছে আজিৰ মাতৃ দিৱসত, গুৱাহাটীতো চাহিদা বৃদ্ধি পাচ্ছে ২০২৫ বিত্তীয় বৰ্ষৰ বাবে অভিলেখসংখ্যক ১,৮৩৩ কোটি টকাৰ ব’নচ ঘোষণা বাজাজ এলিয়াঞ্জ লাইফৰ, ১১.৭ লাখতকৈ অধিক পলিচিহল্ডাৰ হ’ব লাভৱান