ৰাজ্যৰ প্ৰশাসনত ব্যাপক ৰদ-বদল। কেইবাখনো জিলা আযুক্তৰ সাল-সলনি। নিৰ্বাচনৰ পূৰ্বে কেইবাগৰাকী বিষয়াক বদলি কৰাৰ বিপৰীতে নতুন ঠাইত নিযুক্তি প্ৰদান কৰা হৈছে।সুমিত সত্তৱন, আই এ এছ (আৰ আৰ ২০১৫), জিলা উপায়ুক্ত, কামৰূপ (এম)ৰ পৰা বদলি কৰি জিলা উপায়ুক্ত তিনিচুকীয়াত নিযুক্তি দিয়া হয়।আয়ুষ গাৰ্গ, আই এ এছ (আৰ আৰ ২০১৬), শিৱসাগৰ জিলা আয়ুক্তক বদলি কৰি কাছাৰৰ জিলা আয়ুক্ত হিচাপে নিযুক্তি দিয়া হয়।মৃদুল যাদৱ, আই এ এছ ( আৰ আৰ ২০১৭) কাছাৰৰ জিলা আয়ুক্তক বদলি কৰি শিৱসাগৰৰ জিলা আয়ুক্তি হিচাপে নিযুক্তি দিয়া হয়।দিবাকৰ নাথ, আই এ এছ (আৰ আৰ ২০১৭) ক ধুবুৰীৰ জিলা আয়ুক্তৰ পৰা বদলি কৰি বঙাইগাঁৱৰ জিলা আয়ুক্তি হিচাপে নিযুক্তি দিয়া হয়।স্বপনীল পল আই এ এছ (আ আৰ ২০১৮) তিনিচুকীয়া জিলা আয়ুক্তৰ পৰা বদলি কৰি কামৰূপ(ম)ৰ জিলা আয়ুক্ত হিচাপে নিযুক্তি দিয়া হয়।মচন্দা মগদালিন পাৰ্টিন আই এ এছ (আ আৰ ২০১৮) কোকৰাঝাৰৰ জিলা আয়ুক্তৰ পৰা বদলি কৰি অসম চৰকাৰৰ বিত্ত বিভাগত জইন্ট চেক্ৰেটাৰী হিচাপে নিযুক্তি।চিমি কৰণ আই এ এছ (আৰ আৰু ২০২০)অসম চৰকাৰৰ পৰিৱেশ আৰু বন বিভাগক জইন্ট চেক্ৰেটাৰীৰ পৰা বদলি কৰি তামুলপুৰৰ জিলা আয়ুক্ত হিচাপে নিযুক্তি।আৰনায়ক শইকীয়া আই এ এছ (আৰ আৰ ২০২০) ষ্টাফ অফ চিফ চেক্ৰেটাৰী,অসমৰ পৰা বদলি কৰি কাৰ্বি আংলঙৰ জিলা আয়ুক্ত হিচাপে নিযুক্তি।পূবালী গোঁহাই এ চি এছ ( ডি আৰ ১৯৯৩) Secretary to the Govt. of Assam, Home & Political Department & Inspector General of Prisons, Assam (addl.)ৰ পৰা বদলি কৰি দৰঙৰ জিলা আয়ুক্ত হিচাপে নিযুক্তি।নিৰলা ফাংচপি এ চি এছ (ডি আৰ ১৯৯৫)কাৰ্বি আংলঙৰ জিলা আয়ুক্তৰ পৰা বদলি কৰি অসম চৰকাৰৰ হিল এৰিয়া বিভাগৰ এডিচনেল চেক্ৰেটাৰী হিচাপে নিযুক্তি।পুলক মহন্ত এ চি এছ (ডি আৰ ১৯৯৭) গোলাঘাট জিলা আয়ুক্তৰ পৰা বদলি কৰি ইন্সপেক্টৰ জেনেৰেল অফ প্ৰিজন হিচাপে নিযুক্তি।নৱদ্বীপ পাঠক এ চি এছ (ডি আৰ ১৯৯৭) বঙাইগাঁৱৰ জিলা আয়ুক্তৰ পৰা বদলি কৰি ধুবুৰীৰ জিলা আয়ুক্ত হিচাপে নিযুক্তি।পৰাগ কুমাৰ কাকতি, এ চি এছ (ডি আৰ ১৯৯৯) দৰং জিলা আয়ুক্তৰ পৰা বদলি কৰি গোলাঘাটৰ জিলা আয়ুক্ত হিচাপে নিযুক্তি।পকংজ চক্ৰৱৰ্তী এ চি এছ(ডি আৰু ২০০২) তামুলপুৰ জিলা আয়ুক্তৰ পৰা বদলি কৰিব কোকৰাঝাৰৰ জিলা আয়ুক্ত হিচাপে নিযুক্তি। Share this:FacebookX Related Post navigation আজি বৰদিন বৰদিন উদযাপনত বাধা: বিশ্ব হিন্দু পৰিষদ আৰু বজৰং দলৰ চাৰিজন সদস্যক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে