আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ইৰানৰ মাজত চলি থকা উত্তেজনাৰ মাজতে এক চাঞ্চল্যকৰ খবৰ পোহৰলৈ আহিছে। আমেৰিকাৰ সংবাদ মাধ্যমৰ প্ৰতিবেদন অনুসৰি, ইৰানৰ আকাশমাৰ্গত শুকুৰবাৰে ধ্বংস কৰে আমেৰিকাৰ F-15E বিমান। এই বিমান ধ্বংসৰ পাছতে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে আজি প্ৰতিক্ৰিয়া প্ৰকাশ কৰে। ট্ৰাম্পে উল্লেখ কৰিছে যে- ”এই ঘটনাবোৰে কূটনীতি আৰু আলোচনাত কোনো প্ৰভাৱ পেলাব নোৱাৰে। এইখন এখন যুদ্ধ আৰু যুদ্ধত এনে ঘটনা ঘটে।” লগতে কয়- ট্ৰাম্পে কয় -বৰ্তমানৰ পৰিস্থিতি জটিল আৰু স্পৰ্শকাতৰ। গতিকে চলি থকা অনুসন্ধান আৰু উদ্ধাৰ অভিযান সন্দৰ্ভত তেওঁ বিতংভাৱে ক’ব নোৱাৰিব। Share this:FacebookX Related Post navigation নাৰিকলৰ উপকাৰী গুণৰ বিষয়ে মহাৰাষ্ট্ৰৰ নাছিকত সংঘটিত হৈছে শোকাৱহ পথ দুৰ্ঘটনা