মিত্ৰতা চূড়ান্ত হোৱাৰ পাছত চূড়ান্ত প্ৰাৰ্থীৰ তালিকা প্ৰকাশ কৰিলে ৰাইজৰ দলে । ঘোষণা কৰিলে ১৩ টা সমষ্টিৰ ভিতৰত ১২ টা সমষ্টিৰ প্ৰাৰ্থীৰ নাম ।কংগ্ৰেছৰ সৈতে মিত্ৰতা চূড়ান্ত হোৱাৰ পাছত ১৩ টা সমষ্টিত প্ৰাৰ্থিত্ব প্ৰদান কৰে দলটোৱে । গৌৰীপুৰ, পূব গোৱালপাৰা, মানস, দলগাঁও, ধিং, কলিয়াবৰ, তেজপুৰ, চিচিবৰগাঁও, মাৰ্ঘেৰিটা, ডিগবৈ, শিৱসাগৰ আৰু মৰিয়নী সমষ্টিত দলটোৱে প্ৰাৰ্থিত্ব প্ৰদান কৰে যদিও বোকাখাত সমষ্টিৰ প্ৰাৰ্থী কোন হ’ব সেয়া ঘোষণা কৰিব দেওবাৰে ।

Leave a Reply

Your email address will not be published. Required fields are marked *