আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত পুনৰ উজ্বলিল অসমৰ জীয়াৰী। এলিফেণ্টা আইলেণ্ডৰ পৰা গেটৱে অৱ ইণ্ডিয়ালৈ সাঁতুৰি বিশ্ব অভিলেখ গঢ়িলে অসমৰ কন্যাই। কিউচেংঘান ফুকনে মাত্ৰ ৩ ঘণ্টা ২৯ মিনিটত প্ৰায় ১৩ কিলোমিটাৰ দীঘল এই কঠিন সাঁতোৰ সম্পূৰ্ণ কৰি বিশ্বৰ কনিষ্ঠতম সাঁতোৰবিদ হিচাপে নতুন ৰেকৰ্ড স্থাপন কৰিছে। Share this:FacebookX Related Post navigation ৰাজ্য কঁপাই যোৱা অভিজিৎ নাথ আৰু নীলোৎপল দাস হত্যাকাণ্ডৰ আজি অন্তিম শুনানি বিধানসভা নিৰ্বাচনৰ ভোটযুদ্ধৰ পূৰ্বে অসমত আৰম্ভ হৈছে হাইটেক চাইবাৰ যুদ্ধ