জম্মু-কাশ্মীৰৰ শ্বোপিয়ান জিলাত নিৰাপত্তাবাহিনী আৰু সন্ত্ৰাসবাদীৰ মাজত সংঘৰ্ষ সংঘটিত হোৱাৰ খবৰ লাভ কৰা গৈছে। এই সংঘৰ্ষত নিহত হৈছে তিনি সন্ত্ৰাসবাদী ।বহু ঠাইত এতিয়াও নিৰাপত্তাবাহিনীয়ে অব্যাহত ৰাখিছে সন্ত্ৰাসবাদীৰ বিৰুদ্ধে অভিযান। সোমবাৰে সন্ধিয়া পাকিস্তানী ড্ৰোন দেখাৰ পিছত মঙলবাৰে জম্মু-কাশ্মীৰৰ শ্বোপিয়ান জিলাত নিৰাপত্তাবাহিনী আৰু সন্ত্ৰাসবাদীৰ মাজত সংঘৰ্ষ সংঘটিত হোৱাৰ খবৰ লাভ কৰা গৈছে।অভিযানত ভাৰতীয় সেনাৰ গুলীত এজন সন্ত্ৰাসবাদী থিতাতে নিহত হোৱাৰ বিপৰীতে দুঘণ্টীয়া দীঘলীয়া অভিযানৰ অন্তত সেনাৰ গুলীত বাকী দুজন সন্ত্ৰাসবাদীয়ো নিহত হয় বুলি জানিব পৰা গৈছে । Share this:FacebookX Related Post navigation মাতৃ দিৱসৰে সংগতি ৰাখি টাইটান ৱৰ্ল্ডে সমগ্ৰ ভাৰততে মুকলি কৰিছে একচেটিয়া সুগন্ধি নিৰ্মাণৰ অভিজ্ঞতা নতুন চমকপ্ৰদ সংকলনৰ সৈতে গুৱাহাটীত ২০০+ হেয়াৰ ষ্টাইলিষ্টক উন্নীতকৰণ গড্ৰেজ প্ৰফেচনেলৰ