বিহু আৰু ঝুমুৰৰ পিছত এইবাৰ বাগৰুম্বা নৃত্যৰ মহা আয়োজন অসম চৰকাৰৰ । অহা ১৭ জানুৱাৰীত গুৱাহাটীৰ সৰুসজাই ষ্টেডিয়ামত আয়োজন কৰা হৈছে এই বিশাল নৃত্যানুষ্ঠানৰ । য’ত ১০ হাজাৰ বড়ো চিখলাই পৰিৱেশন কৰিব বাগৰুম্বা নৃত্য । অনুষ্ঠানত দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী উপস্থিত থকাৰ কথা আছে । যাৰ বাবে ইতিমধ্যে ঠায়ে ঠায়ে বাগৰুম্বা নৃত্যুৰ আখৰা চলি আছে । Share this:FacebookX Related Post navigation দিলীপ শইকীয়াৰ বিৰুদ্ধে দিছপুৰ আৰক্ষী থানাত এজাহাৰ দাখিল প্ৰতিবাদত উত্তাল ইৰাণ