বিগত কিছুমাহ পূৰ্বে ৰাজ্যৰ ভিতৰত সৰ্ববৃহৎ উচ্ছেদ চলিছিল চাপৰৰ চৰুৱাবাখৰা, সন্তোষপুৰ আৰু টিলাপাৰাত। আদানীৰ তাপ বিদ্যুৎ প্ৰকল্প নিৰ্মাণৰ নামত চলিছিল এই উচ্ছেদ অভিযান। ইতিমধ্যে APDCLক হস্তান্তৰ কৰিছে ৩ হাজাৰ ৫০০ বিঘা ভূমি। পিছে এইবাৰ পুনৰ উচ্ছেদিত এলেকাত চলিল জিলা প্ৰশাসনৰ উচ্ছেদ অভিযান।প্ৰায় ১০০ বিঘা ভূমিত বসবাস কৰা ৯০ টাকৈ পৰিয়ালক প্ৰশাসনে চলালে উচ্ছেদ। জানিব পৰা মতে, প্ৰশাসনে পট্টাভুক্ত ভূমিৰ গৰাকীক ক্ষতিপুৰণ প্ৰদান কৰিছে যদিও ভূমিৰ বিপৰীত ভূমিত প্ৰদান কৰাত পলম হৈছে। Share this:FacebookX Related Post navigation ২০২৫ৰ ডিচেম্বৰ মাহত ১৫,৩৭২খন একত্ৰিত বাহন বিক্ৰীৰে অভিলেখ এনএমআইপিএলৰ, যি ৰপ্তানি শক্তিৰ দ্বাৰা হৈছে চালিত, কৌশলগত গতিৰে ২০২৫ কেলেণ্ডাৰ বৰ্ষৰ সমাপ্তি পুনৰ ৰাজ্যত বাঢ়িব শীত