প্ৰতি বছৰে ৪ ডিচেম্বৰত পালন কৰা হয় ভাৰতীয় নৌ সেনা দিৱস। এই দিৱসত স্মৰণ কৰা হয় ভাৰতীয় নৌ সেনাৰ শ্বহীদ বীৰসকলক। উল্লেখ্য যে, ১৯৭১চনৰ ভাৰত-পাকিস্তানৰ যুদ্ধত ভাৰতীয় নৌ সেনা বিজয়ী হোৱাৰ আনন্দত পালন কৰা হয় নৌ সেনা দিৱস।
ইতিহাস অনুসৰি ১৬১২ চনত ইষ্ট ইণ্ডিয়া কোম্পানীয়ে ভাৰতীয় নৌসেনা প্ৰতিষ্ঠা কৰিছিল।

Leave a Reply

Your email address will not be published. Required fields are marked *