‘মিঞা’ শব্দক লৈ উচ্চতম ন্যায়ালয়ৰ বিশেষ ৰায়।
‘মিঞা’ শব্দ কোৱাটো বেয়া কিন্তু অপৰাধ নহয়।
সকলো ভাৰতীয়ই নিৰ্ভয়ে ‘মিঞা’ শব্দটো ক’ব পাৰে।
‘মিঞা’ আৰু ‘পাকিস্তানী’ শব্দ ক’লে কোনো লোক বিপদত নপৰে।
‘মিঞা’ কিম্বা ‘পাকিস্তানী’ শব্দ ব্যৱহাৰ কৰিলে ধৰ্মীয় আৱেগত আঘাত নপৰে।
সংবিধানৰ ২৯৮ নং ধাৰা অনুসৰি ইয়াক অপৰাধ হিচাপে গণ্য কৰা নহয়।
ৰাজস্থানৰ চৰকাৰী কৰ্মচাৰী ছামছুদ্দিনৰ গোচৰত এই ৰায় সৰ্বোচ্চ ন্যায়ালয়ৰ।
উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ বিভি নাগৰত্ন আৰু সতীশ চন্দ্ৰ শৰ্মা বিচাৰপীঠৰ এই ৰায়।

Leave a Reply

Your email address will not be published. Required fields are marked *