জম্মু-কাশ্মীৰত সংঘটিত হৈছে ভয়ংকৰ পথ দুৰ্ঘটনা। ডোডা জিলাত সেনা বাহিনীৰ এখন বাহন বাগৰি পৰে দ’ খাৱৈত। এই দুৰ্ঘটনাত ১০গৰাকী সেনা জোৱান নিহত হোৱাৰ লগতে আহত হৈছে আন কেইবাজনো জোৱান। ৰাষ্ট্ৰীয় সংবাদমাধ্যমৰ খবৰ অনুসৰি, ভদ্ৰৱাহ-ছাঁবা সংযোগী পথত খানটোপ এলেকাৰ সমীপত নিয়ন্ত্ৰণ হেৰুৱাই বাহনখন বাগৰি পৰে দ’ খাৱৈত। জানিব পৰা মতে, দুৰ্ঘটনাত পতিত বাহনখনত আছিল ১৭জনকৈ জোৱান। Share this:FacebookX Related Post navigation মহাৰাষ্ট্ৰৰ ৫ হাজাৰৰো অধিক মহিলা কৃষকক সবলীকৰণৰ বাবে গডৰেজ এগ্ৰ’ভেট এম এছ আৰ এল এমৰ অংশীদাৰ পুৰীত বোমাতংক