ইণ্ডোনেছিয়াৰ জাকার্টাত ভয়ংকৰ অগ্নিকাণ্ড। অগ্নিকাণ্ডত অগ্নিদগ্ধ হৈ ২২ গৰাকী লোকৰ মৃত্যু। আন কেইবাগৰাকী লোক আহত হোৱাৰ খবৰ লাভ কৰা গৈছে। এটা ৭ মহলীয়া অট্টালিকাত লাগে জুই । অট্টালিকাটোৰ প্ৰথম মহলাত মজুত ৰখা বেটাৰীৰ পৰা অগ্নিকাণ্ডৰ সূত্ৰপাত হোৱাৰ সন্দেহ। Share this:FacebookX Related Post navigation তিতা ভেকুৰীৰ উপকাৰী গুণৰ বিষয়ে জানেনে কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ত বৃহৎ দুৰ্নীতি হোৱাৰ অভিযোগ উত্থাপন কৰিছে আসাম পাব্লিক ৱর্কছে