কৃত্ৰিম বানৰ কবলত হায়দৰাবাদৰ বিভিন্ন অঞ্চল । নিশা ৰাজপথত শ শ বাহন আৰু যাত্ৰী আৱদ্ধ ।ফলস্বৰূপে যাতায়ত ব্যৱস্থা স্তব্ধ হৈ পৰে । কৃত্ৰিম বানৰ ফলত ৰাজপথত শ শ যান-বাহন আৰু পথচাৰী আবদ্ধ হৈ পৰে ।গুৰুত্বপূৰ্ণ পথসমূহ বানত বুৰ যায় । বিশেষকৈ নামনি অঞ্চলবোৰ প্লাৱিত হৈ পৰে ।বৰষুণৰ ফলত মণ্ডা মাৰ্কেট অঞ্চল যথেষ্ট প্ৰভাৱিত হয় । বহু লোকৰ বাসগৃহৰ ভিতৰত পানী সোমায় । অঞ্চলটোৰ পথবোৰো প্লাৱিত হয় । বহু স্থানত এতিয়াও পানী জমা হৈ আছে । যাৰ বাবে যাতায়াত আৰু বিদ্যুৎ সংযোগো বিচ্ছিন্ন হৈ পৰিছে ।

Leave a Reply

Your email address will not be published. Required fields are marked *