কেঁচা নহৰু আমাৰ শৰীৰৰ বাবে খুবেই উপকাৰী ৷ কেঁচা নহৰু খালে আমি কি কি উপকাৰিতা লাভ কৰিব পাৰো সেই বিষয়ে জানো আহক- মানুহৰ শৰীৰৰ বাবে অতি প্ৰয়োজনীয় হৈছে নহৰু । মেগনেছিয়াম, কেলচিয়াম, জিংক আৰু চেলেনিয়ামৰ উপৰিও নহৰুত ভিটামিন চি, ভিটামিন এ আৰু ভিটামিন বি প্ৰচুৰ পৰিমাণে পোৱা যায় ।নহৰুত মেগনেছিয়াম, কেলচিয়াম, জিংক আৰু চেলেনিয়ামৰ উপৰিও ভিটামিন চি, ভিটামিন এ আৰু ভিটামিন বি প্ৰচুৰ পৰিমাণে পোৱা যায় ৷ যিহেতু ইউৰিক এচিড আৰু উচ্চ কলেষ্ট্ৰল ৰোগীৰ বাবে ই উপকাৰী, গতিকে ইয়াক কেতিয়া আৰু কেনেকৈ গ্ৰহণ কৰিব লাগে সেইটো জনাটো অতি প্ৰয়োজনীয় । ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি: ইয়াত থকা এন্টিঅক্সিডেন্ট আৰু চালফাৰ যৌগে ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰে.পাচনতন্ত্ৰৰ বাবে উপকাৰী: পাচন এনজাইমৰ উৎপাদন বঢ়ায়, যাৰ ফলত বদহজম, গেছ, আৰু পেটৰ বিষ কমে.হৃদযন্ত্ৰৰ স্বাস্থ্য: ৰক্তচাপ নিয়ন্ত্ৰণ কৰে আৰু হৃদযন্ত্ৰ সুস্থ ৰাখে.বিষমুক্ত কৰে: শৰীৰৰ বিষাক্ত পদাৰ্থ বাহিৰ কৰাত সহায় কৰে, বিশেষকৈ যকৃতৰ কাম-কাজ উন্নত কৰে. Share this:FacebookX Related Post navigation অসমলৈ আহিব মোদী আৰ জি কৰ কাণ্ড! এতিয়াৰে পৰা উচ্চ ন্যায়ালয়ৰ নিৰীক্ষণত চলিব গোচৰ; ভুক্তভোগীৰ পিতৃ-মাতৃক স্থিতি প্ৰতিবেদন দিয়াৰ নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ