প্ৰায় সকলোৱে কম বেছি পৰিমাণে পনীৰ খায়। নিৰামিষভোজীসকলৰ বাবে ই এক অন্যতম বিকল্প। পনিৰৰ বহু উপকাৰী গুণ আছে। গতিকে পনিৰ খালে কিয় ভাল আৰু কি কি উপকাৰ হয় ইয়াৰ বিষয়ে জনা দৰকাৰ। পনীৰৰ উপকাৰিতা:পেশী আৰু হাড়ৰ স্বাস্থ্য: প্ৰচুৰ প্ৰ’টিন আৰু কেলচিয়াম থকাৰ বাবে পেশী গঢ়ি তোলা আৰু হাড় মজবুত কৰাত সহায় কৰে।ওজন নিয়ন্ত্ৰণ: কম কেলৰি আৰু বেছি প্ৰ’টিন থকা বাবে ওজন কমোৱা বা ডায়েট কৰা লোকৰ বাবে ই আদর্শ।গৰ্ভৱতী মহিলাৰ বাবে উপকাৰী: কেলচিয়াম, আইৰণ আৰু প্ৰ’টিনৰ বাবে গৰ্ভৱতী মহিলাসকলৰ বাবে ই অতি গুৰুত্বপূৰ্ণ।দাঁতৰ স্বাস্থ্য: পনীৰে দাঁতৰ স্বাস্থ্য বজাই ৰাখিবলৈ সহায় কৰে।পুষ্টিৰ ভঁৰাল: ইয়াত প্ৰ’টিন, ফছফৰাছ, পটাশিয়াম, ভিটামিন বি১২, ফোলেট, ভিটামিন, আৰু চেলেনিয়াম আদি থাকে।কেঁচা পনীৰ: কেঁচা পনীৰ খোৱাটোও অতি লাভজনক বুলি বিশেষজ্ঞসকলে কয়। Share this:FacebookX Related Post navigation আচৰিত তথ্য ফাদিল: কোটিটকীয়া সম্পত্তিৰ গৰাকী ভিক্ষাৰী, বিলাসী গাড়ী-অট্টালিকাৰ মালিক ভয়ংকৰ ৰে’ল দু*ৰ্ঘটনা