ৰাজ্যৰ লাখ লাখ মহিলাই প্ৰতিমাহে লাভ কৰে অৰুণোদয় আঁচনিৰ ধন। ইয়াৰ মাজতে চৰকাৰে গ্ৰহণ কৰিছে আন এক ডাঙৰ সিদ্ধান্ত। সেই অনুসৰি এতিয়াৰ পৰা গেছ চিলিণ্ডাৰৰ ক্ষেত্ৰত লাভ কৰিব সকাহ।প্ৰতিটো ৰন্ধন গেছৰ চিলিণ্ডাৰতে ২৫০ টকাৰ অতিৰিক্ত ৰেহাই লাভ কৰিব। ইয়াৰ অধীনত ৰাজ্যৰ ২০ লাখ অৰুণোদয় পৰিয়ালে ডাঙৰ সকাহ লাভ কৰিব।ৰাজ্য চৰকাৰৰ এই বিশেষ পদক্ষেপক সকলোৱে সাদৰেৰে গ্ৰহণ কৰিব বুলি আশাবাদী মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। Share this:FacebookX Related Post navigation হংকঙৰ আবাসিক টাৱাৰত ভয়ংকৰ অগ্নিকাণ্ড ব্যতিক্ৰম ৪.০-এ বিশ্ব সাহিত্য আৰু সাংস্কৃতিক বিনিয়োগৰ উদীয়মান কেন্দ্ৰ হিচাপে উন্নীত কৰিছে গুৱাহাটীক