ৰাজ্যবাসীৰ বাবে এক ভাল খবৰ। হ্ৰাস পাব বিদ্যুতৰ মাচুল। ১ এপ্ৰিলত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যমৰ জৰিয়তে এই কথা ঘোষণা কৰে।আজি ১ এপ্ৰিল অৰ্থাৎ এপ্ৰিল ফুল। আজিৰ দিনটোত মানুহক মুৰ্খ সজোৱা হয়। বিভিন্নজনে বন্ধু-বান্ধৱী বা আত্মীয়ক আজিৰ দিনটোত মিছা কথা কৈ মুৰ্খ সজায়। যেতিয়া তেওঁ মিছাটো মানি লয় তেতিয়া এপ্ৰিল ফুল বুলি চিঞৰে।এয়া এপ্ৰিল ফুল নহয় , এয়া সঁচা খবৰ বুলি কয় শৰ্মাই।প্রতিটো ইউনিটত ১ টকাকৈ ৰেহাই পাব সকলোয়ে। গতিকে পূৰ্বতকৈ বিদ্যুতৰ মাচুলৰ ক্ষেত্ৰত কম টকা ভৰিব লাগিব ৰাইজে। Share this:FacebookX Related Post navigation নতুন নিছান মাগনিটে টাৰ্ণএৰাউণ্ড চলায়: বিত্তীয় বৰ্ষ ১৭-১৮ৰ পিছত কোম্পানীৰ সৰ্বাধিক একক-বছৰৰ বিক্ৰী টাটা নিউ এইচডিএফচি বেঙ্ক ক্ৰেডিট কাৰ্ডে ২ মিলিয়ন মাইলৰ খুঁটি উপনীত হৈছে