শক্তি বৃদ্ধি হোৱাৰ দিশে ভাৰতীয় নৌসেনা। অতি শীঘ্ৰেই ভাৰতীয় নৌ সেনাই লাভ কৰিব দুখনকৈ যুদ্ধ জাহাজ। ইতিমধ্যে সম্পন্ন হৈছে পৰীক্ষণ।শক্তি বৃদ্ধি হোৱাৰ দিশে ভাৰতীয় নৌসেনা। অতি শীঘ্ৰেই ভাৰতীয় নৌ সেনাই লাভ কৰিব দুখনকৈ যুদ্ধ জাহাজ। ইতিমধ্যে সম্পন্ন হৈছে পৰীক্ষণ।নৌসেনাৰ প্ৰজেক্ট ১৭এৰ অধীনত নিৰ্মাণ কৰা তিনিখন যুদ্ধজাহাজৰ ভিতৰত এইখন প্ৰথম। ইয়াৰ লগতে দ্বিতীয়টোৰ নাম ‘এণ্ড্ৰথ’ (গজ ৩০৩৫)।এই যুদ্ধ জাহাজ দুখন কেতিয়া নৌসেনাক গতাই দিয়া হয় সেয়া স্পষ্ট হোৱা নাই। অৱশ্যে শেহতীয়াকৈ আই এন এছ আৰ্নালাৰ (য়াৰ্ড ৩০২৯) পৰীক্ষাও সম্পূৰ্ণ হৈছে।

Leave a Reply

Your email address will not be published. Required fields are marked *