GMCHত ভুল চিকিৎসাৰ বলি হৈ প্ৰসূতিৰ মৃত্যুৰ অভিযোগ৷ প্ৰসূতিগৰাকী লখৰাৰ মণিকা চৌধুৰী৷ বুধবাৰে প্ৰসূতিগৰাকীক ভৰ্তি কৰোৱা হৈছিল GMCHত৷ ইতিপূৰ্বে প্ৰসূতিগৰাকীয়ে জন্ম দিছিল এটি কন্যা সন্তান৷ অস্ত্ৰোপচাৰৰ সময়তেই ভুল চিকিৎসাৰ অভিযোগ পৰিয়ালৰ৷ যাৰ ফলত অত্যধিক ৰক্তক্ষৰণ হৈ মৃত্যু হয় প্ৰসূতিগৰাকীৰ৷ Share this:FacebookX Related Post navigation এটা পথে জ্বলা-কলা খুৱাইছে ৰাইজক পিপিএছ মটৰ্ছে ভাৰতত বিক্ৰী হোৱা ৪০,০০০ ফক্সৱাগন গাড়ীৰ মাইলৰ খুঁটি অতিক্ৰম কৰিছে