জুবিন গাৰ্গৰ মৃত্যুৰ সত্য উন্মোচনৰ বাবে চৰকাৰী হস্তক্ষেপৰ অনুরোধ যথেষ্ট উচ্চাৰিত হৈছে তেওঁৰ পৰিয়ালৰ পৰা। ৭৭তম গণৰাজ্য দিৱসৰ আগতে, জুবিনৰ পত্নী গৰিমা শইকীয়া গাৰ্গে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ এপ্ৰতি স্মাৰকপত্ৰ প্ৰেৰণ কৰি উল্লেখ কৰে যে তেওঁলোকৰ একমাত্ৰ লক্ষ্য হৈছে জুবিনৰ মৃত্যুৰ ন্যায়িক প্ৰক্ৰিয়া ত্বরান্বিত কৰা। গৰিমা উল্লেখ কৰে, “জুবিন গাৰ্গে সম্পূৰ্ণ সত্য আৰু উচিত ন্যায় পাবই লাগিব,” আৰু আশা প্ৰকাশ কৰে যে দোষী ব্যক্তি কঠোৰ শাস্তি পাব। লগতে, জুবিনৰ অনুৰাগীসকলেও সামাজিক মাধ্যমত এই পদক্ষেপক সমৰ্থন কৰি, শিল্পীগৰাকীৰ মৃত্যুৰ আসল সত্য উন্মোচনৰ বাবে দাবী জনাইছে। Share this:FacebookX Related Post navigation চিকিৎসা পাঠ্যক্ৰমৰ আসনৰ বাবে চৰম পদক্ষেপঃ ভৰি কাটি নিজকে দিব্যাঙ্গ কৰিলে যুৱকে মহিন্দ্ৰাই উন্নীত কৰা ষ্টাইল, অতিৰিক্ত আৰাম আৰু সুবিধাজনক বৈশিষ্ট্যৰে মুকলি কৰিলে বলেৰ’ কেম্পাৰ আৰু বলেৰ’ পিক-আপৰ নতুন পৰিসৰ