আজিৰে(মঙলবাৰ)ৰ পৰা আৰম্ভ হাইস্কুল শিক্ষান্ত পৰীক্ষা । ১০ ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হোৱা মেট্ৰিক পৰীক্ষা ২৭ ফেব্ৰুৱাৰীত সমাপ্ত হ’ব । ৰাজ্যৰ মুঠ ১,০৪৬ টা পৰীক্ষা কেন্দ্রত অনুষ্ঠিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত মুঠ ৪,৩৮,৫৬৫ গৰাকী পৰীক্ষাৰ্থী অৱতীৰ্ণ হৈছে । ইয়াৰ ভিতৰত ১,৯০,২৪৩ জন ছাত্ৰ আৰু ২,৪৮,৩২২ গৰাকী ছাত্ৰী ৷এই তথ্য সদৰী কৰিছে ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদে । পৰীক্ষা সমাপ্ত হোৱাৰ পিছতে মুঠ ৪৫ টা পৰীক্ষাৰ মূল্যায়ন মণ্ডলত উত্তৰবহীসমূহ মূল্যায়ন কৰা হ’ব । আনহাতে, ১১ ফেব্ৰুৱাৰী পৰা আৰম্ভ হ’ব উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ পৰীক্ষা । Share this:FacebookX Related Post navigation ভয়ংকৰ দুৰ্ঘটনা: খেলি থকা অৱস্থাত ভাঙিল মন্দিৰৰ ছাদ, ৩ শিশুৰ মৃত্যু মৰিগাঁৱত ব্ৰহ্মপুত্ৰ চাপৰিত বেদখলৰ অভিযোগ, উচ্ছেদৰ দাবীত ৰাইজ ক্ষোভিত