জনিয়াৰ বেঁকী নৈৰ খহনীয়াগ্ৰস্থ পৰিয়ালক স্বেচ্ছাসেৱী বেচৰকাৰী অনুষ্ঠান ডনেটকাৰ্ট, হাইৰ উদ্যোগত আৰু জনিয়া আঞ্চলিক গ্ৰামোন্নয়ন পৰিষদৰ সৌজন্যত কাদংত ২০ টা আৰু খাৰবাল্লীত ৪০ টা পৰিয়ালৰ মাজত সাহায্য বিতৰণ কৰা হয়। উল্লেখ্য যে, খহনীয়াগ্ৰস্থ স্থানত সাহায্য বিতৰণৰ বাবে জনিয়া আঞ্চলিক গ্ৰামোন্নয়ন পৰিষদে গঠন কৰি দিয়া কমিটিৰ জৰিয়তে প্ৰতিটো পৰিয়ালক ২ খনকৈ তিৰ্পাল, ৰচি আদি সামগ্ৰী খহনীয়াগ্ৰস্থ পৰিয়ালক বিতৰণ কৰা হয়। Share this:FacebookX Related Post navigation আৰণ্যকৰ ডি এন এ ফৰেনছিক সেৱাৰ দশক সম্পূৰ্ণ গেলেকীত বোৱাৰী নিৰুদ্দেশৰ