চলচ্চিত্ৰত কৃত্ৰিম বুদ্ধিমত্তাৰ (এআই) ব্যৱহাৰ দ্ৰুতগতিত বৃদ্ধি পাইছে, আৰু যিসকল চলচ্চিত্ৰ নিৰ্মাতাৰ ছবি অস্কাৰৰ বাবে মনোনীত হৈছে, তেওঁলোকে এতিয়া কৃত্ৰিম বুদ্ধিমত্তাৰ বিৱৰণ প্ৰকাশ কৰিব লাগিব। যোৱা কেইদিনমানত অস্কাৰ মনোনীত ছবি ‘দ্য ব্ৰুটলিষ্ট’ আৰু ‘এমিলিয়া পেৰেজ’ক লৈ বিতৰ্ক চলি আছে আৰু বহুলোকে প্ৰশ্ন কৰিছে যে চলচ্চিত্ৰত এআইৰ ব্যৱহাৰ ন্যায়সঙ্গত নেকি।মনোৰঞ্জন আলোচনী ‘ভেৰাইটি’ৰ এক প্ৰতিবেদন অনুসৰি, নিৰ্মাতাসকলে এতিয়া তেওঁলোকৰ চলচ্চিত্ৰত এআইৰ সহায়ত কৰা সকলো পৰিৱৰ্তনৰ কথা উল্লেখ কৰিব লাগিব। Share this:FacebookX Related Post navigation দুদিনীয়া ভ্ৰমণসূচীৰে ছিংগাপুৰলৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা দুৰ্নীতি সূচকত ১৮০খন দেশৰ ভিতৰত ৯৬ তম স্থানত ভাৰত