আজি ভাৰতীয় বায়ুসেনা দিৱস। প্ৰতি বছৰে এই দিৱসটো ৮ অক্টোবৰত পালন কৰা হয়। কিয়নো আজিৰ দিনটোতে দেশৰ অন্যতম সন্মানীয় সশস্ত্ৰ বাহিনী সংগঠনটোৱে প্ৰতিষ্ঠা লাভ কৰিছিল। ১৯৩২ চনত প্ৰতিষ্ঠা হোৱা ভাৰতীয় বায়ুসেনাই দেশৰ আকাশমাৰ্গ সুৰক্ষিত কৰাৰ লগতে ভাৰতৰ জাতীয় আৰু মানৱীয় স্বাৰ্থক সকলো ভাবুকিৰ পৰা ৰক্ষা কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। এই দিনটোত IAF ৰ জোৱানকলৰ প্ৰতি শ্ৰদ্ধা জনোৱা হয়। Share this:FacebookX Related Post navigation ঘোষণা কৰা হ’ল ২০২৫বৰ্ষৰ ৰসায়ন বিজ্ঞানৰ ন’বেল হিমাচল প্ৰদেশৰ বিলাসপুৰ জিলাত সংঘটিত হয় ভয়ংকৰ বাছ দুৰ্ঘটনা