গেলেকী দোলাকাষৰীয়া গাঁৱৰ নন্দিনী দাস ৰাজখোৱা নামৰ এগৰাকী ২৩ বছৰীয়া মহিলা যোৱা সোমবাৰৰ পৰা সন্ধানহীন হৈ আছে | এটি দুবছৰীয়া সন্তানৰ মাতৃ বোৱাৰীগৰাকীৰ কোনো সম্ভেদ নোপাৱাত ইতিমধ্যে পৰিয়ালৰ লোক গেলেকী আৰক্ষীৰ কাষ চাপিছে | মহিলাগৰাকীৰ খবৰ লাভ কৰিলে 7896522707 নাম্বাৰত যোগাযোগ কৰিবলৈ পৰিয়ালৰ লোকে আহ্বান জনাইছে | Share this:FacebookX Related Post navigation খাৰবাল্লীত খহনীয়াগ্ৰস্থ পৰিয়ালক সাহায্য বিতৰণ চাৰি শতাধিক পদকেৰে শ্ৰেষ্ঠ অসম