দলগাওঁ-শিঙৰী- ঢেকীয়াজুলি সংযোগী অসম মালা পথত ট্ৰাকৰ দৌৰাত্ম্য ৷ প্ৰত্যেক দিনাই সংঘটিত হৈ আহিছে পথ দুৰ্ঘটনা ৷ এই পথত গতিৰোধক স্থাপনৰ দাবীত ধলগুৰিত আমছুৰ সহযোগত স্থানীয় ৰাইজে এঘণ্টীয়া পথ অৱৰোধ কাৰ্যসূচী ৰূপায়ণ কৰে ৷ পথত গতিৰোধক স্থাপনৰ দাবীত ধলগুৰিত আমছুৰ সহযোগত স্থানীয় ৰাইজে এঘণ্টীয়া পথ অৱৰোধ কাৰ্যসূচী ৰূপায়ণ কৰে৷ উল্লেখ্য যে, ক্ষুব্ধ ৰাইজে দিনৰ ১০ বাজি ৩০ মিনিটৰ পৰা ধলগুৰিত এঘণ্টা সময় পথ অৱৰোধ কৰা পৰিলক্ষিত হয়৷ Share this:FacebookX Related Post navigation তিয়ঁহৰ মুখ্য উপকাৰিতা শ্বপচিৰ ফেষ্টিভ ছিজনত ৯০% গ্ৰাহকৰ ক্ৰয়ৰ পুনৰাবৃত্তি, হাইপাৰভেল্যু ই-কমাৰ্চত বৃদ্ধি পোৱা আস্থাৰ ওপৰত আলোকপাত