প্ৰতি বছৰে ছেপ্টেম্বৰৰ চতুৰ্থ দেওবাৰে ৰাষ্ট্ৰীয় কন্যা দিৱস পালন কৰা হয়। কন্যাসকল ঈশ্বৰৰ বহুমূলীয়া উপহাৰ, জন্মৰ লগে লগে প্ৰতিখন ঘৰতে আনন্দ কঢ়িয়াই আনে। সেয়ে পৰিয়ালত সকলোৰে প্ৰিয় বুলি গণ্য কৰা হয়। দুটা পৰিয়াললৈ গৌৰৱ কঢ়িয়াই অনা কন্যাৰ বাবে প্ৰশংসাই যথেষ্ট হ’ব নোৱাৰে।ৰাষ্ট্ৰসংঘই ২০১২ চনৰ ১১ অক্টোবৰত ছোৱালীক সন্মান জনোৱা আৰু মানুহক তেওঁলোকৰ গুৰুত্ব বুজিবলৈ উদ্যোগ লৈ কন্যাৰ বাবে এটা দিন উৎসৰ্গা কৰিছিল। ৰাষ্ট্ৰসংঘৰ এই পদক্ষেপৰ পিছত সমগ্ৰ বিশ্বতে কন্যা দিৱস পালন কৰা হয়। ভাৰতত প্ৰতি বছৰে ছেপ্টেম্বৰ মাহৰ অন্তিম দেওবাৰে এই দিৱস পালন কৰা হয়। Share this:FacebookX Related Post navigation তামিলনাডুৰ কাৰুৰত TVK ৰ মৰব্বীৰ বিজয়ৰ ৰেলীত পদপিষ্টৰ দৰে ভয়াৱহ ঘটনা সংঘটিত হয় খাদ্য সংসাধন আৰু উদ্ভাৱন শক্তিশালী কৰাৰ বাবে এমঅ’এফপিআইৰ সৈতে বুজাবুজি চুক্তি স্বাক্ষৰ গড্ৰেজ এগ্ৰ’ভেটৰ