ভাৰতৰ বিৰুদ্ধে টি-২০ বিশ্বকাপৰ নিৰ্ধাৰিত মেচ খেলাৰ সিদ্ধান্ত লৈছে পাকিস্তানে৷ পাকিস্তান চৰকাৰে নিজৰ দলটোক অহা ১৫ ফেব্ৰুৱাৰীত কলম্বোত ভাৰতৰ বিৰুদ্ধে অনুষ্ঠিত হ’বলগীয়া টি-২০ বিশ্বকাপৰ খেলখন খেলিবলৈ কয় ৷পাকিস্তান চৰকাৰে এক প্ৰেছ বিজ্ঞপ্তিযোগে কয়, “বিভিন্ন দেশৰ সৈতে হোৱা আলোচনাৰ ফলাফল আৰু বন্ধুত্বপূৰ্ণ দেশৰ অনুৰোধত পাকিস্তান চৰকাৰে পাকিস্তান ৰাষ্ট্ৰীয় ক্ৰিকেট দলক ২০২৬ চনৰ ১৫ ফেব্ৰুৱাৰীত, আই চি চি পুৰুষৰ টি-২০ বিশ্বকাপৰ নিৰ্ধাৰিত মেচৰ বাবে খেলপথাৰত নামিবলৈ নিৰ্দেশ দিছে ৷” Share this:FacebookX Related Post navigation অবৈধ মহৰ অগৰবট্টিছ ‘কম্ফৰ্ট’ আৰু ‘স্লিপ ৱেল’ৰ বিৰুদ্ধে ৰাজ্যজুৰি দমন কৰাৰ নিৰ্দেশ মহাৰাষ্ট্ৰৰ জবা ফুলৰ উপকাৰী গুণৰ বিষয়ে জানেনে