পুনৰ বহু ৰেকৰ্ড গঢ়িলে বৈভৱ সূৰ্যবংশীয়ে। ১৯ বছৰ অনুৰ্ধ টেষ্টত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে খেলি কেইবাটাও অভিলেখ ভংগ কৰে বৈভৱে। ভাৰতে প্ৰথমখন বহুদিনীয়া মেচত এটা ইনিংছ আৰু ৫৮ ৰাণেৰে জয়লাভ কৰে।এই খেলত ভাৰতৰ বৈভৱ সূৰ্যবংশীয়ে বহু গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। ইমানেই নহয়, তেওঁ বহু ৰেকৰ্ডো ভংগ কৰে।অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে বৈভৱে ৮৬টা বলত ১১৩ ৰান সংগ্ৰহ কৰি ৮টা ছয় আৰু ৯টা চাৰি কোবায়। মাত্ৰ ৭৮টা বলত তেওঁ অৰ্জন কৰিবলৈ সক্ষম হয়। এই শতকটোৱে আছিল যুৱ টেষ্টত অষ্ট্ৰেলিয়াৰ মাটিত এজন বেটছমেনৰ সৰ্বাধিক দ্ৰুত শতক। ইয়াৰোপৰি বৈভৱে ৬ কোবাই অভিলেখ গঢ়ে। Share this:FacebookX Related Post navigation আমেৰিকাৰ প্ৰতি সুৰ সলনি হৈছে পাকিস্তানৰ ভি বিজনেছে এডব্লিউএছ আৰু চি-ডটৰ-ৰ সৈতে IoT উদ্ভাৱন লেব আৰম্ভ কৰিছে