Sports ভাৰতৰ সৈতে দ্বিপাক্ষিক শৃংখলা খেলাৰ পোষকতা পাকিস্তান ক্ৰিকেট ব’ৰ্ডৰ April 23, 2024 news editor পাকিস্তান ক্ৰিকেট ব’ৰ্ডৰ (পিচিবি) অধ্যক্ষ মহছিন নকভিয়ে কয় যে যদি ভাৰতে অহা বছৰ আইচিচি চেম্পিয়নছ ট্ৰফীৰ বাবে পাকিস্তানলৈ নিজৰ দল প্ৰেৰণ কৰে, তেন্তে পিচিবি তেওঁলোকৰ সৈতে দ্বিপাক্ষিক শৃংখলা খেলিবলৈ সাজু।…
Sports ঐতিহাসিক স্থানৰ পৰা সংগ্ৰহ কৰা লোৰ টুকুৰাৰে নিৰ্মাণ হ’ব পেৰিছ অলিম্পিকৰ পদক April 10, 2024 news editor পেৰিছ, ১০ এপ্ৰিল: মেগা ক্ৰীড়া ইভেণ্ট অলিম্পিক আৰম্ভ হ’বলৈ মাজত মাথোঁ আৰু ১০০ দিন বাকী। এইবাৰ আয়োজক ফ্ৰান্সে আইফেল টাৱাৰত প্ৰদৰ্শন কৰিব অলিম্পিক ৰিং। অলিম্পিকৰ ২৯ মিটাৰ দীঘল (৯৫ ফুট)…
Sports শ্বিলঙত ডি এছ চি প্ৰতিভা সন্ধানী ফুটবল প্ৰতিযোগিতা April 9, 2024 Sonakshi Sarkar ১৭ বছৰ অনুৰ্ধ ৰাষ্ট্ৰীয় ফুটবল প্ৰতিযোগিতা ড্ৰিম স্পৰ্টছ চেম্পিয়নশ্বিপ ৰ শ্বিলং লেগৰ খেলসমুহ অহা আঠ এপ্ৰিলৰ পৰা শ্বিলঙত আৰম্ভ হ’ব৷ উল্লেখ্য যে ড্ৰিম স্প’ৰ্টছ ফাউণ্ডেশ্যনৰ উদ্যোগত আৰু অল ইণ্ডিয়া ফুটবল…
Sports আইডব্লিউএফ বিশ্বকাপত অংশ ল’ব মীৰাবাঈ চানুৱে April 2, 2024 editor টকিঅ’ অলিম্পিকৰ ৰূপৰ পদক বিজয়ী ভাৰোত্তোলক মীৰাবাঈ চানুৱে ছয় মাহৰ আঘাতৰ বিৰতিৰ পিছত আইডব্লিউএফ বিশ্বকাপত প্ৰত্যাৱৰ্তন কৰি পেৰিছ অলিম্পিকৰ বাবে যোগ্যতা অৰ্জন কৰিব বিচাৰিব। বিশ্বকাপ কেৱল অন্তিমখন কোৱালিফাইং টুৰ্ণামেণ্ট নহয়…
Sports পেৰিছ অলিম্পিকত পুনৰ স্বৰ্ণ পদক অৰ্জনৰ লক্ষ্য নীৰজ চোপ্ৰাৰ March 30, 2024 news editor বৰ্তমানৰ অলিম্পিক আৰু বিশ্ব চেম্পিয়ন জেভলিন থ্ৰ’য়াৰ নীৰজ চোপ্ৰাই ১০ মে’ত প্ৰতিষ্ঠিত ডায়মণ্ড লীগ শৃংখলাৰ দোহা লেগত তেওঁৰ ছিজন আৰম্ভ কৰিব। ২৬ বছৰীয়া চোপ্ৰাই চীনৰ হাংঝৌত অনুষ্ঠিত এছিয়ান গেমছত সোণৰ…
Sports খেলো ইণ্ডিয়া অস্মিতা জুনিয়ৰ মহিলা সাঁতোৰ ৰাউণ্ড ২, March 30, 2024 news editor আজিৰেপৰা গুৱাহাটীৰ সৰুসজাই ষ্টেডিয়ামৰ ড০ জাকিৰ হুছেইন একুৱেটিক কম্প্লেক্সত খেলো-ইণ্ডিয়া অস্মিতা মহিলা জুনিয়ৰ সাঁতোৰ প্ৰতিযোগিতা দুদিনীয়া কাৰ্যসূচীৰে আজি ২৯ মাৰ্চত দিনৰ ১০ বজাৰ পৰা আৰম্ভ হৈছে। ছুইমিং ফেডাৰেচন অফ ইণ্ডিয়া…
Sports ১৯ জুলাইৰ পৰা শ্ৰীলংকাৰ ডাম্বুলাত অনুষ্ঠিত হ’ব মহিলা এছিয়া কাপ টি-২০ চেম্পিয়নশ্বিপ March 28, 2024 news editor ১৯ জুলাইৰ পৰা শ্ৰীলংকাৰ ডাম্বুলাত অনুষ্ঠিত হ’বলগীয়া মহিলা এছিয়া কাপ টি-২০ চেম্পিয়নশ্বিপৰ গ্ৰুপ এ-ত ডিফেণ্ডিং চেম্পিয়ন ভাৰতক চিৰপ্ৰতিদ্বন্দী পাকিস্তান, ইউএই আৰু নেপালৰ সৈতে একত্ৰিত কৰা হৈছে। এই ৯ দিনীয়া প্ৰতিযোগিতাখনত…
Sports টি-২০ ক্ৰিকেটত ১২,০০০ ৰান সম্পূৰ্ণ বিৰাট কোহলীৰ March 23, 2024 news editor ইণ্ডিয়ান প্ৰিমিয়াৰ লীগৰ ১৭ তম সংস্কৰণত, ডিফেণ্ডিং চেম্পিয়ন চেন্নাই চুপাৰ কিংছে জয়সূচক আৰম্ভণি কৰে। শুকুৰবাৰে চেপকত অনুষ্ঠিত প্ৰতিযোগিতাখনৰ প্ৰথমখন খেলত চিএছকেয়ে ৰয়েল চেলেঞ্জাৰ্ছ বাংগালোৰক ছয় উইকেটত পৰাস্ত কৰে। যদিও আৰচিবিয়ে…
Sports বৰ্ণিল কাৰ্যসূচীৰে আৰম্ভ হ’ব আই পি এল March 21, 2024 news editor ইণ্ডিয়ান প্ৰিমিয়াৰ লীগৰ ১৭ তম ছিজন ২২ মাৰ্চৰ পৰা আৰম্ভ হ’ব। প্ৰথমখন খেল এম এ চিদাম্বৰম ষ্টেডিয়ামত অনুষ্ঠিত হ’ব, য’ত চেন্নাই চুপাৰ কিংছ (চিএছকে) আৰু ৰয়েল চেলেঞ্জাৰ্ছ বাংগালোৰ (আৰচিবি)ৰ মাজত…
Sports পেৰিছ অলিম্পিকৰ উদ্বোধনী অনুষ্ঠানত অংশ ল’ব নোৱাৰিব ৰাছিয়া-বেলাৰুছৰ এথলীটে March 21, 2024 news editor পেৰিছ অলিম্পিকৰ উদ্বোধনী অনুষ্ঠানত ৰাছিয়া আৰু বেলাৰুছৰ খেলুৱৈসকলে পৰম্পৰাগত কুচকাৱাজত অংশগ্ৰহণ কৰিব নোৱাৰিব। আন্তৰ্জাতিক অলিম্পিক সমিতিয়ে এই কথা প্ৰকাশ কৰিছে।অলিম্পিকৰ উদ্বোধনী অনুষ্ঠান ২৬ জুলাইত অনুষ্ঠিত হ’ব, য’ত ছেইন নদীৰ পৰা…