News এটা বিত্তীয় বৰ্ষত ১৯.৫৮ লাখ কোটি টকাৰ প্ৰত্যক্ষ কৰ সংগ্ৰহ April 22, 2024 news editor ২০২৪ চনৰ মাৰ্চত সমাপ্ত হোৱা বিত্তীয় বৰ্ষত ভাৰতৰ মুঠ প্ৰত্যক্ষ কৰ সংগ্ৰহ বছৰ অনুসৰি ১৭.৭ শতাংশ বৃদ্ধিৰে ১৯.৫৮ লাখ কোটি টকা হয়। কৰ বিভাগে এই কথা প্ৰকাশ কৰিছে। ২০২৩-২৪ বৰ্ষত…
News ১০০ খন দেশৰ চাইবাৰ অপৰাধকলৈ সমীক্ষা April 12, 2024 news editor চাইবাৰ অপৰাধৰ ক্ষেত্ৰত ভাৰত দশম স্থানত আছে। চাইবাৰ অপৰাধৰ জৰিয়তে ধন সংগ্ৰহ কৰাটো এতিয়া সচৰাচৰ ঘটনা হৈ পৰিছে। এই তথ্যবোৰ এটা নতুন অধ্যয়নত প্ৰকাশ পাইছে যিয়ে সমগ্ৰ বিশ্বৰ চাইবাৰ অপৰাধৰ…
News সংসদৰ সমগ্ৰ নিৰাপত্তাৰ দায়িত্বত থাকিব চিআইএছএফ April 10, 2024 news editor ভাৰতীয় সংসদৰ সমগ্ৰ নিৰাপত্তাৰ দায়িত্ব শীঘ্ৰেই কেন্দ্ৰীয় ঔদ্যোগিক সুৰক্ষা বাহিনীৰ (চিআইএছএফ) হাতত থাকিব। বৰ্তমান, সংসদ চৌহদত অনুসন্ধান আৰু প্ৰৱেশ ব্যৱস্থা তদাৰক কৰাৰ বাবে চিআইএছএফ দায়বদ্ধ। এই সন্দৰ্ভত তিনিজন বিষয়াই কয়…
News সাংবাদিক দিলীপ বৰ্মনৰ গ্ৰন্থ ‘জ্ঞান সম্ভাৰ’ উন্মোচন April 8, 2024 Sonakshi Sarkar অসম চৰকাৰৰ পৰা লেখক সম্বর্ধনা পোৱা, ৰাষ্ট্ৰীয় বঁটাপ্রাপক, আন্তঃৰাষ্ট্ৰীয় সাহিত্য সন্মিলনত কবিতা পাঠ কৰি প্ৰশংসিত হোৱা, ২০২৪ বৰ্ষৰ বৰ্ষশ্রেষ্ঠ গল্পকাৰ বঁটা লাভ কৰা, একাধিক গ্রন্থৰ প্রণেতা, সাহিত্যিক-সাংবাদিক দিলীপ বৰ্মনৰ ‘জ্ঞান…
Latest News শিমলীতোলাত বন বিভাগৰ অভিযানত জব্দ শাল গছৰ কুণ্ডাসহ এখন বাহন April 6, 2024 editor গোৱালপাৰা জিলাৰ ৰংজুলি বনাঞ্চলিক বিষয়াৰ কাৰ্যালয়ৰ অধীনস্থ বিভিন্ন এলেকাত চোৰাং কাঠৰ বেহা অব্যাহত থকা সময়তে যোৱা নিশা শিমলীতোলাত বন বিভাগে এক অভিযান চলাই বৃহৎ পৰিমাণৰ চোৰাং শাল গছৰ কুণ্ডাসহ এখন…
Latest News কয়াকুছিত সুলভ মূল্যৰ দোকান জ্বলালে দুস্কৃতিকাৰীয়ে April 6, 2024 editor বৰপেটা জিলাৰ কয়াকুছিত যোৱা নিশা এদল দুস্কৃতিকাৰীয়ে কয়াকুছি পথাৰ গাঁৱৰ তাইজ উদ্দিনৰ সুলভ মূল্যৰ দোকান জ্বলাই দিয়াৰ অভিযোগ উঠিছে ৷ আনকি উক্ত অগ্নিকাণ্ডত সুলভ মূল্যৰ দোকানৰ সংলগ্ন গোহালি ঘৰ এটাও…
News এপ্ৰিলৰ পৰা জুনমাহলৈ বৃদ্ধি পাব অত্যাধিক হিটৱেভৰ সংখ্যা April 2, 2024 news editor ভাৰতীয় বতৰ বিজ্ঞান বিভাগে (আইএমডি) কৈছে যে এপ্ৰিলৰ পৰা জুনমাহলৈ অত্যাধিক হিটৱেভৰ সংখ্যা বৃদ্ধি পাব। একে সময়তে, দেশৰ কিছু অংশত বৰষুণ হ্ৰাস হোৱাৰো সম্ভাৱনা আছে। বতৰ বিজ্ঞান বিভাগৰ এই পূৰ্বানুমানই…
News তিনিচুকীয়া, ডিব্ৰুগড়, চৰাইদেউ আৰু শিৱসাগৰ জিলাত আফস্পাৰ ম্যাদ ছয় মাহলৈ বৃদ্ধি March 30, 2024 news editor কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে সশস্ত্ৰ বাহিনীৰ বিশেষ ক্ষমতা আইন (AFSPA)( আফস্পা) ৰাজ্যৰ চাৰিখন জিলাত ছয় মাহলৈ ম্যাদ বৃদ্ধি কৰিছে। এই চাৰিখন জিলা হৈছে তিনিচুকীয়া, ডিব্ৰুগড়, চৰাইদেউ আৰু শিৱসাগৰ। চৰকাৰে কয় যে…
News চান্দমাৰিত প্ৰথিতযশা সাংবাদিক ধীৰেন্দ্ৰ নাথ বেজবৰুৱাক “পৰাগজ্যোতি প্ৰকাশন”ৰ পৰা সম্বৰ্দ্ধনাবৰ্তমান সময়ত সুষ্ঠ-সত্য সংবাদ পৰিৱেশনৰ অভাৱ ঘটিছে March 19, 2024 editor অসমৰ প্ৰথিতযশা সাংবাদিক, চিন্তাবিদ, অনুবাদক, “দি চেন্ট্ৰিনেল” কাকতৰ প্ৰাক্তন সম্পাদক, পদ্মশ্ৰী প্ৰাপক ধীৰেন্দ্ৰ নাথ বেজবৰুৱাক আজি “পৰাগজ্যোতি প্ৰকাশন”ৰ তৰফৰ পৰা নিজ বাসভৱন মহানগৰীৰ চান্দমাৰিস্থিত নিজ বাসভৱনত সম্বৰ্দ্ধনা জ্ঞাপন কৰা হয়…
News কিশোৰীক যৌন নিৰ্যাতন কৰাৰ অভিযোগত গ্ৰেপ্তাৰ ডিএছপি কিৰণ চন্দ্ৰ নাথ March 18, 2024 news editor গোলাঘাট জিলাৰ লাচিত বৰফুকন আৰক্ষী একাডেমীত কৰ্তব্যৰত এজন উপ আৰক্ষী অধীক্ষক (ডিএছপি)ক এগৰাকী কিশোৰীক যৌন নিৰ্যাতন কৰাৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হৈছে। গ্ৰেপ্তাৰ কৰা ডিএছপি জনৰ নাম হৈছে কিৰণ চন্দ্ৰ নাথ।…