Category: News

মেধীপাৰা পাৰঘাটত বনবিভাগৰ অভিযান

ৰংজুলি বনাঞ্চলিক কাৰ্যালয়ৰ অন্তৰ্গত আৰু শিমলীতোলা খণ্ড বন বিষয়াৰ কাৰ্যালয়ৰ এলেকাধীন নবাগত শিমলীতোলাৰ মেধিপাৰা জলজলী নদীৰ ঘাট,বজাৰ ঘাটকে ধৰি সংশ্লিষ্ট কাৰ্যালয়ৰ অধীনস্থ বিভিন্ন এলেকাত দীৰ্ঘদিনৰে পৰা বন বিভাগৰ চকুত ধুলি…

কানকাটাত বনৰীয়া হাতীৰ উপদ্ৰৱত অতিষ্ঠ ৰাইজ

ৰংজুলি বনাঞ্চলিক কাৰ্যালয় আৰু শিমলীতোলা আঞ্চলিক বনবিষয়া কাৰ্যালয়ৰ অন্তৰ্গত কানকাটাত নিশা হাতীৰ জাকটোৱে কানকাটা গাওৰ মকিবুল হকৰ ধানৰ ভৰাল ঘৰ ভাঙি লণ্ডভণ্ড কৰি প্ৰায় ১৬ কুইন্টল ধান খাই তহিলং কৰাৰ…

ব্ৰাজিলত বানপানীৰ ফলত ১৬৯, ম্যানমাৰতগ্ৰীষ্ম প্ৰবাহৰ ফলত ১,৫০০ জন লোকৰ মৃত্যু

জলবায়ু পৰিৱৰ্তনৰ ফলত ভাৰতৰ লাখ লাখ লোকে প্ৰচণ্ড গ্ৰীষ্ম প্ৰবাহৰ সন্মুখীন হৈছে। ইয়াৰ মাজতে জলবায়ু পৰিৱৰ্তনক লৈ এক উদ্বেগজনক প্ৰতিবেদন প্ৰকাশ পাইছে।এই প্ৰতিবেদন অনুসৰি যে যোৱা বছৰ ডিচেম্বৰত ডুবাইত (চিঅ’পি২৮)…

হোজাই কৰ্মচাৰী পৰিষদৰ ত্ৰিংশত্তম দ্বি-বাৰ্ষিক পূৰ্ণাঙ্গ অধিবেশন সম্পন্ন

হোজাই জিলা কৰ্মচাৰী পৰিষদৰ ত্ৰিংশত্তম দ্বি-বাৰ্ষিক পূৰ্ণাঙ্গ অধিবেশন ৮ আৰু ৯ জুন তাৰিখে দুদিনীয়া কাৰ্যসূচীৰে লামডিং আঞ্চলিক কৰ্মচাৰী পৰিষদৰ আতিথ্যত লামডিং আজাদ হিন্দ পাব্লিক লাইব্ৰেৰী আৰু ৰেলৱে’ ইনষ্টিটিউটত অনুষ্ঠিত হয়।…

তৃতীয়বাৰৰ বাবে চৰকাৰলৈ অহাটো আমাৰ বাবে এটা ডাঙৰ কথা: মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

লোকসভা নিৰ্বাচনত যদিও বিজেপিয়ে ৪০০তকৈ অধিক আসন লাভ কৰিবলৈ সক্ষম নহ’ল, এন ডি এ মিত্ৰজোঁটে সংখ্যাগৰিষ্ঠতাতকৈ অধিক আসন লাভ কৰিছে। ইফালে, এন ডি এ মিত্ৰজোঁটৰ বিজয়ক লৈ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত…

চেঙাৰ কাছুমাৰা-ম’হচৰাত খহনীয়াত গৃহহীন কেইবাটাও পৰিয়াল

কাছুমাৰা আৰু ম’হচৰাত আৰম্ভ হৈছে গৰাখহনীয়াৰ তাণ্ডৱ।জানিব পৰা মতে,সমষ্টিটোৰ দক্ষিণপাৰৰ বিভিন্ন স্থানত চলিছে ব্ৰহ্মপুত্ৰ আৰু ইয়াৰ উপনৈ জলজলীৰ তাণ্ডৱলীলা।প্ৰৱল গৰাখহনীয়াত উল্লেখিত অঞ্চলত এফালৰ পৰা খহাই নিছে ঘৰ-দুৱাৰ,খেতি পথাৰ তথা অনুষ্ঠান…

ধৰ্মৰ মূল লক্ষ্য মানৱৰ কল্যাণ সাধন কৰা : দীপক শৰ্মা

বেলোৰগুৰি ৰাইজ গয়ৰহৰ শ্ৰীশ্ৰী ফলহাৰিণী কালিকা পূজা আৰু শ্ৰীশ্ৰী মহাবিষ্ণু পূজাৰ মহাৰজত জয়ন্তী উখল-মাখল পৰিৱেশৰ মাজত অনুষ্ঠিত হৈছে । কালি পুৱা ৫ বজাত ঊষা কীৰ্তন লগতে ভাগৱত স্থাপনৰ অন্তত ৮…

দেশৰ ১৫০ টা মুখ্য জলাশয়ৰ জল স্তৰ ৭৭%লৈ হ্ৰাস

প্ৰচণ্ড হিটৱেভৰ মাজত দেশৰ ১৫০ টা মুখ্য জলাশয়ৰ জল স্তৰ হ্ৰাস হ’বলৈ ধৰিছে আৰু মুঠ সঞ্চয় ক্ষমতাৰ ২৩ শতাংশহে এতিয়া আছে। বৰ্তমানৰ পানীৰ স্তৰ যোৱা বছৰৰ একে সময়ৰ তুলনাত ৭৭%…

ৰেমাল’ৰ তাণ্ডৱত বিধ্বস্ত নগৰবেৰা

গোৱালপাৰা জিলাৰ নবাগত শিমলীতোলাত বিচ্ছিন্ন কৰিছে যাতায়াত ব্যৱস্থা৷ জলজলী নদীৰ পানী ফেনে ফুটুকাৰে বাঢ়ি অহাত কামৰূপ জিলাৰ নগৰবেৰা আৰু বৰপেটা জিলাৰ আলোপতি মাজৰচৰ সংযোগী আৰু গোৱালপাৰাৰ জিলাৰ নবাগত শিমলীতোলা আৰু…

তিনিচুকীয়াৰ কাকপাথাৰৰ সেনা শিবিৰত আক্ৰমণ চলোৱাৰ পৰিকল্পনাৰ কৰিছিল আলফাই (স্বাধীন): এন আই এ

ৰাষ্ট্ৰীয় অনুসন্ধান সংস্থাই বুধবাৰে আলফা (স্বাধীন)ৰ মুৰব্বী পৰেশ বৰুৱা আৰু আন পাঁচজনৰ বিৰুদ্ধে ভাৰত বিৰোধী কাৰ্যসূচীৰে সেনা শিবিৰসমূহক লক্ষ্য কৰি লোৱাৰ ষড়যন্ত্ৰৰ বাবে অভিযোগপত্ৰ দাখিল কৰে।কেন্দ্ৰীয় সংস্থাটোৱে এই কথা প্ৰকাশ…