Category: News

ক’ভিড-১৯ৰ সময়ত ভাৰতত পূৰ্বৰ তুলনাত মাতৃসকলে জন্ম দিয়ে অধিক দুৰ্বল সন্তান

ভাৰতত নৱজাতকৰ ওপৰত কোৰোনাৰ প্ৰভাৱৰ ওপৰত এক নতুন অধ্যয়ন প্ৰকাশ পাইছে। য’ত উল্লেখ আছে যে মাতৃসকলে মহামাৰীৰ সময়ত আগতকৈ অধিক দুৰ্বল শিশুৰ জন্ম দিয়ে। দুৰ্বল শিশুসকলক কেৱল স্বাস্থ্যজনিত সমস্যাৰ সৈতে…

কৃত্ৰিম বানত গুৱাহাটীত হাহাকাৰ পৰিৱেশ

বৰ্তমান সময়ছোৱাত ৰাজ্যৰ ২৯ খন জিলা আহাৰমহীয়া বানত প্লাবিত হৈ আছে। বানৰ ফলত ৰাজ্যত মৃতকৰ সংখ্যা ৫৬ জনলৈ বৃদ্ধি পাইছে। দৈনিক ন ন অঞ্চল বানত প্লাবিত হ’বলৈ ধৰিছে। উজনিৰ পৰা…

জনিয়াত খহনীয়াগ্ৰস্তক সাহায্য বিতৰণ

বৰপেটা জিলাৰ জনীয়াস্থিত ৰাষ্ট্ৰীয় বঁটা প্ৰাপক অগ্ৰণী বেচৰকাৰী সংস্থা আঞ্চলিক গ্ৰামোন্নয়ন পৰিষদৰ উদ্যোগত কাদং গাওঁৰ খহনীয়াগ্ৰস্ত দৰিদ্ৰ পৰিয়ালৰ মাজত সাহায্য বিতৰণ কৰা হয়। বাঘবৰ ৰাজহ চক্ৰৰ অন্তৰ্গত কাদংৰ বেঁকী নৈৰ…

অসমৰ ২৯ জন জিলাৰ ২১ লাখৰো অধিক লোক বানপানীত ক্ষতিগ্ৰস্ত

অসমৰ বান পৰিস্থিতি নিৰন্তৰ অৱনতি হৈ আহিছে। যোৱা নিশাৰ পৰা বানপানীত আৰু ছয়জন লোকৰ মৃত্যু হৈছে। ২৯ খন জিলাৰ ২১ লাখৰো অধিক লোক বানপানীৰ দ্বাৰা ক্ষতিগ্ৰস্ত হৈছে। ৰাজ্যখনৰ মুখ্য নদীবোৰ…

ৰাজ্যত আহাৰমহীয়া বানে লৈছে জটিল ৰূপ, ৩৫ জনৰ মৃত্যু

ৰাজ্যত জটিল ৰূপ ধাৰণ কৰিছে আহাৰমহীয়া বানে। বানৰ ফলত ৰাজ্যৰ ১৯ খন জিলাৰ ১,২৭৫ খন গাওঁ প্লাবিত হৈছে। মৃতকৰ সংখ্যাও ৩৫ জনলৈ বৃদ্ধি পাইছে। নেৰানেপেৰা বৰষুণৰ মাজতে ভুটানৰ কুৰিষ্ণু আৰু…

১৬-২৪ জুনলৈ বিশ্বৰ ৬০ শতাংশতকৈ অধিক লোক গৰমত প্ৰভাৱিত

ভাৰতৰ ৬১.৯ কোটি লোককে ধৰি সমগ্ৰ বিশ্বৰ প্ৰায় পাঁচ বিলিয়ন লোকে জুন মাহত ৯ দিনলৈ জলবায়ু পৰিৱৰ্তনৰ ফলত অত্যাধিক গৰম অনুভৱ কৰিছিল। এই তথ্য আমেৰিকা যুক্তৰাষ্ট্ৰৰ বিজ্ঞানীসকলৰ এক স্বতন্ত্ৰ গোট…

ভেলেঙী নৈৰ তীব্ৰ খহনীয়াত জাহ গ’ল ২০ টা পৰিয়াল

বিগত কেইবাদিনত জনিয়াৰ পাতলিকুছিত ভেলেঙী নদীৰ তীব্ৰ খহনীয়াত কুড়িটাকৈ পৰিয়ালৰ ঘৰ-বাড়ী,ভেটি মাটিৰ লগতে কৃষিভূমি জাহ গৈছে। আনকি ইয়াৰ ফলত যাতায়াত ব্যৱস্থা ব্যাহত হৈ পৰিছে। জানিব পৰা মতে ভেলেঙী আৰু বেঁকী…

অসমসহ উত্তৰ পূৱত বানপানীৰ সমস্যা সমাধান কৰিবলৈ প্ৰয়োজন ৫০টা ডাঙৰ পুখুৰীৰ: অমিত শ্বাহ

কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে দেওবাৰে কয় যে বানপানীৰ মোকাবিলা কৰিবলৈ আৰু কৃষি, জলসিঞ্চন আৰু পৰ্যটনৰ বিকাশৰ বাবে ব্ৰহ্মপুত্ৰ নদীৰ পানীৰ গতি সলনি কৰিবলৈ উত্তৰ-পূবত কমেও ৫০ টা ডাঙৰ পুখুৰী খান্দিব…

ভাৰতক বাংলাদেশৰ এজন বিশ্বস্ত বন্ধু আখ্যাশ্বেখ হাছিনাৰ

ভাৰত আৰু বাংলাদেশে শনিবাৰে নতুন ক্ষেত্ৰত সহযোগিতা বৃদ্ধিৰ ভৱিষ্যত পৰিকল্পনাৰ ওপৰত সন্মত হয় আৰু সমুদ্ৰ অৰ্থব্যৱস্থা প্ৰচাৰৰ বাবে কেইবাখনো চুক্তি স্বাক্ষৰ কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু তেওঁৰ বাংলাদেশী সমকক্ষ শ্বেখ…

বৰপেটাত পানীৰ তলত খেলপথাৰ

নেৰানেপেৰা বৰষুণৰ ফলত বৰপেটা চহৰৰ খেলপথাৰ জলমগ্ন হৈ পৰিছে। বৰপেটাৰ সকলো ক্ৰীড়াৰ একমাত্ৰ খেলপথাৰ ‘বৰপেটা জিলা ক্ৰীড়া সংস্থাৰ খেলপথাৰ’ আৰু ইয়াৰ সংলগ্ন বিদ্যাপীঠ খেলপথাৰ এতিয়া পানীৰ তলত ।ক্ৰিকেট,ভলীবল, কাৰাটে আদি…