Category: Entertainment

১৮ টা অ’টিটি প্লেটফৰ্ম, ১৯ টা ৱেবছাইট, ১০ টা মোবাইল এপ নিষিদ্ধ কৰিলে ভাৰত চৰকাৰে

ভাৰত চৰকাৰৰ তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ে অ’টিটি প্লেটফৰ্মত অশ্লীল কনটেণ্ট সন্দৰ্ভত ডাঙৰ পদক্ষেপ গ্ৰহণ কৰিছে। বৃহস্পতিবাৰে, ১৮ টা অ’টিটি প্লেটফৰ্ম, ১৯ টা ৱেবছাইট, ১০ টা মোবাইল এপ (গুগল প্লে ষ্টোৰৰ…