Category: Business

সংসদৰ শীতকালীন অধিবেশনৰ সমাপ্তি! বিৰোধীৰ প্ৰতিবাদৰ মাজতে অনিৰ্দিষ্টকাললৈ স্থগিত সদন

শুকুৰবাৰে সামৰণি পৰিল সংসদৰ শীতকালীন অধিবেশনৰ। লোকসভাৰ অধ্যক্ষ ওম বিৰলাই শুকুৰবাৰে পুৱা সদনৰ কাম-কাজ অনিৰ্দিষ্টকাললৈ স্থগিত ৰখাৰ কথা ঘোষণা কৰে। অধিবেশনৰ শেষৰ দিনটোত অধ্যক্ষগৰাকীয়ে নিজৰ কোঠাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু…

ভাৰতৰ সৈতে সম্পৰ্কত যতি! উত্তৰ-পূবক বিচ্ছিন্ন কৰাৰ ভাবুকিৰ পাছত এইবাৰ ভাৰতীয় উচ্চায়ুক্তক বহিষ্কাৰৰ দাবী বাংলাদেশী নেতাৰ

লাদেশৰ অন্তৱৰ্তীকালীন চৰকাৰে ভাৰতৰ উত্তৰ-পূৰ্বাঞ্চলক লৈ কৰা মন্তব্যৰ পৰা দূৰত্ব বজাই ৰাখিলেও, ছাত্ৰ নেতা হাচনাত আব্দুল্লাহ এতিয়াও নিজৰ স্থিতিত অটল। ভাৰতৰ ‘ছেভেন চিষ্টাৰ্ছ’ অৰ্থাৎ উত্তৰ-পূৰ্বাঞ্চলক বিচ্চিন্ন কৰাৰ ভাবুকি দিয়াৰ পাছত…

উত্তৰ ভাৰতত কুঁৱলীৰ সন্ত্ৰাস! দিল্লীত ‘ৰেড এলাৰ্ট’ জাৰি, স্তব্ধ জনজীৱন

প্ৰকৃতিৰ ধূসৰ আৱৰণত আৱদ্ধ হৈ পৰিছে সমগ্ৰ উত্তৰ ভাৰত। শুকুৰবাৰে পুৱা পঞ্জাবৰ পৰা বিহাৰলৈকে বিস্তৃত এক ডাঠ কুঁৱলীৰ স্তৰে ইণ্ডো-গংগা সমভূমিৰ দৃশ্যমানতা একেবাৰে শূন্য কৰি পেলায়। এই ভয়াৱহ পৰিস্থিতিৰ প্ৰতি…

ইম্ফলত মাছভৰ্তি ট্ৰাক হাইজেক! নিষিদ্ধ সংগঠনৰ সদস্যসহ সাতজন গ্ৰেপ্তাৰ

মণিপুৰৰ ইম্ফল পশ্চিম জিলাত নিৰাপত্তা বাহিনীয়ে সফল অভিযানৰ মাধ্যতে সাতজন লোকক গ্ৰেপ্তাৰ কৰিছে, যিবোৰ মাছভৰ্তি এখন ট্ৰাক হাইজেকৰ সৈতে জড়িত। ধৃতসকলৰ ভিতৰত চাৰিজন সদস্য ‘ইউনাইটেড নেচনেল লিবাৰেচন ফ্ৰণ্ট’ (UNLF-Pambei) গোটৰ…

পাকিস্তানৰ সমৰ্থনত শ্লোগান! তিনি বছৰত কৰ্ণাটকত ১২টা গোচৰ ৰুজু চৰকাৰৰ

কৰ্ণাটক চৰকাৰে পাকিস্তানৰ সমৰ্থনত শ্লোগান দিয়া লোকসকলৰ বিৰুদ্ধে কঠোৰ স্থিতি গ্ৰহণ কৰিছে, য’ত যোৱা তিনিবছৰত মুঠ ১২ টা গোচৰ ৰুজু কৰা হৈছে। বিজেপি সদস্য চি টি ৰবিৰ এক প্ৰশ্নৰ উত্তৰ…

উত্তপ্ত বাংলাদেশ! জুলাই বিদ্ৰোহৰ নেতা শ্বৰীফ ওচমান হাদীৰ মৃত্যু, ভাৰতীয় উচ্চায়ুক্ত বন্ধৰ হুংকাৰ

অশান্তিৰ জুইত পুনৰ দহিছে চুবুৰীয়া দেশ বাংলাদেশ। যোৱা সপ্তাহত দুষ্কৃতিকাৰীৰ গুলীত আহত হোৱা জুলাই বিদ্ৰোহৰ অন্যতম অগ্ৰণী নেতা শ্বৰীফ ওচমান হাদীৰ চিকিৎসাধীন অৱস্থাত ছিংগাপুৰত মৃত্যু ঘটে। ঢাকাৰ বিজয় নগৰত নিৰ্বাচনী…

২০২৬ নহয়, ২০৩১ ৰ বাবেহে যুঁজক কংগ্ৰেছেঃ অখিল গগৈক ‘মনোৰঞ্জনৰ উৎস’ আখ্যা মুখ্যমন্ত্ৰীৰ

ৰাজনীতিৰ যুঁজ আৰম্ভ হোৱাৰ পূৰ্বেই বিৰোধীক লৈ সৰৱ হৈ পৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। ১৮ ডিচেম্বৰত সংবাদ মাধ্যমৰ আগত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দাবী কৰে যে কংগ্ৰেছে এতিয়া আগন্তুক ২০২৬…

জুবিনৰ মৃত্যুৰ চাৰ্জশ্বীট দুৰ্বল! শ্যামকানু মহন্তক ৰক্ষণাবেক্ষণৰ অভিযোগ গৌৰৱ গগৈৰ

অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি তথা সাংসদ গৌৰৱ গগৈয়ে প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাক লৈ দাখিল কৰা চাৰ্জশ্বীটৰ বিশ্বাসযোগ্যতাৰ ওপৰত গুৰুতৰ প্ৰশ্ন উত্থাপন কৰিছে। বৃহস্পতিবাৰে যোৰহাটত সংবাদ মাধ্যমৰ সৈতে…

দুদিনীয়া ভ্ৰমণসূচীৰে শনিবাৰে অসমলৈ আহিব প্ৰধানমন্ত্ৰী মোদী! উদ্বোধন হ’ব ৪ হাজাৰ কোটিটকীয়া বিমান বন্দৰ

অহা ২০ ডিচেম্বৰৰ পৰা দুদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। বৃহস্পতিবাৰে গুৱাহাটীস্থিত বিজেপিৰ ৰাজ্যিক মুখ্য কাৰ্যালয়ত প্ৰস্তুতিৰ বুজ লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই ভ্ৰমণক অসমৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ…

অনন্তনাগত নাহৰফুটুকীৰ তাণ্ডৱ! ৫ বছৰীয়া কন্যাক থপিয়াই নিলে নৰখাদকে

জম্মু-কাশ্মীৰৰ অনন্তনাগ জিলাত এক মৰ্মান্তিক ঘটনা সংঘটিত হৈছে। বুধবাৰে নিশা দক্ষিণ কাশ্মীৰৰ বিজবেহাৰাৰ শ্ৰীগুফৱাৰা অঞ্চলত এটা নাহৰফুটুকী বাঘে ৫ বছৰীয়া এগৰাকী কন্যাক আক্ৰমণ কৰি হত্যা কৰে। জানিব পৰা মতে, নিজৰ…